সপোন বিচাৰি বাস্তৱৰ ঠিকনা বোৰ হেৰুৱালো
উকা কাগজত লিখিলোঁ আলফুলীয়া মনৰ সপোন বোৰ জীৱনৰ
প্ৰতিটো সোজতে উজুতি খাওঁ ,
জীৱনৰ প্ৰতিজন আপোন মানুহৰ পৰা কষ্টও পাওঁ ।
তথাপিও লাজ নাই নিজৰ মনটো, অলপ মৰম পালে সকলো পাহৰি যাওঁ ।
এই মায়াময় পৃথিৱীত কোনো কাৰো বাবে আপোন নহয়.......
নিজৰ ছাঁয়াটোও এদিন আন্ধাৰত পৰশ পালে পৰ হয় যায় ।।
(♥??????♥*)
❤𝙈𝙐𝙎𝙄𝘾🎶 𝙄𝙉𝘿𝙐𝙎𝙏𝙍𝙔 ❤
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
January 26, 2024 | 981 | +435 | +79.7% |