কাঞ্চনজংঘা on Clubhouse

কাঞ্চনজংঘা Clubhouse
1k Members
Updated: Mar 18, 2024

Description

কাঞ্চনজংঘা
Opening date: 20 July 2021
সকলোকে স্বাগতম জনালোঁ ।
💕 💞আজৰি সময়ৰ আলাপ আলোচনা ।💞💕all day event starts from 6:30pm to 7:30pm but sunday from 6pm to 8pm.
1,কুইজ ।
2,কবিতা পাঠ।
3,গল্প পাঠ ।
4,অন্তাকক্ষৰী /গান
5,অসম কুইজ আৰু সাঁথৰ ।
6,আড্ডাৰ মাজেৰে চা-চিনাকী ।
7, আকস্মিক বক্তিতা ।
দেওবাৰে - বিভিন্ন বিষয়ৰ আলোকপাত তথা দেওবৰীয়া বাৰেৰহনীয়া ।
Please follow the rules and regulations of this group, জয় আই অসম ।
অশ্লীল শব্দ বা অশ্লীল ভাষা ব্যৱহাৰ নকৰিব ।: আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় । বেয়া শব্দ ব্যৱহাৰ কৰিলে গ্ৰুপৰ পৰা বাহিৰ কৰি দিয়া হব ।
এজন বিশেষ ব্যক্তিয়ে কিবা কৈ থাকিলে বাকী সকলে mute কৰি ৰাখিব: সকলোৱে একেলগত কথা কলে এটা বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হব পাৰে ।
কিবা কব লগা থাকিলে 🎙️ blink কৰিব ।: আপোনাকো কবলৈ সুবিধা দিয়া হব ।

Rules

অশ্লীল শব্দ বা অশ্লীল ভাষা ব্যৱহাৰ নকৰিব ।

আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় । বেয়া শব্দ ব্যৱহাৰ কৰিলে গ্ৰুপৰ পৰা বাহিৰ কৰি দিয়া হব ।

এজন বিশেষ ব্যক্তিয়ে কিবা কৈ থাকিলে বাকী সকলে mute কৰি ৰাখিব

সকলোৱে একেলগত কথা কলে এটা বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হব পাৰে ।

কিবা কব লগা থাকিলে 🎙️ blink কৰিব ।

আপোনাকো কবলৈ সুবিধা দিয়া হব ।

Last 30 Records

Day Members Gain % Gain
March 18, 2024 1,053 +1 +0.1%
January 27, 2024 1,052 0 0.0%
December 14, 2023 1,052 0 0.0%
November 04, 2023 1,052 0 0.0%
October 05, 2023 1,052 +1 +0.1%
September 05, 2023 1,051 0 0.0%
August 07, 2023 1,051 -1 -0.1%
July 06, 2023 1,052 +1 +0.1%
June 14, 2023 1,051 -14 -1.4%
March 14, 2023 1,065 -35 -3.2%
April 29, 2022 1,100 +100 +10.0%
March 10, 2022 1,000 -77 -7.2%
November 18, 2021 1,077 -2 -0.2%
November 16, 2021 1,079 +1 +0.1%
November 13, 2021 1,078 -2 -0.2%
October 30, 2021 1,080 -2 -0.2%
October 29, 2021 1,082 +1 +0.1%

Charts

Some Club Members

More Clubs