জাগ্ৰত হাবিয়াস ২.০ on Clubhouse

জাগ্ৰত হাবিয়াস ২.০ Clubhouse
1.9k Members
Updated: Mar 26, 2024

Description

সৰ্বপ্ৰথমে গ্ৰুপটোলৈ (জাগ্ৰত হাবিয়াস) সকলোকে স্বাগতম।

*গ্ৰুপৰ নিয়মাৱলী*

১. গ্ৰুপটোৰ প্ৰথম আৰু প্রধান লক্ষ্য / উদ্দেশ্যই হৈছে সুপ্ত প্ৰতিভাবোৰ জাগ্ৰত কৰি অচিনাকী মুখবোৰৰ সৈতে চিনাকি কৰাই দিয়া বিশেষকৈ গীত, কবিতা আৰু অনুভৱবোৰ মুকলিকৈ প্ৰকাশ কৰিব পৰা এখনি মঞ্চ।

২.কোনো ধৰণৰ অশ্লীল ভাষাৰ প্ৰয়োগ গ্ৰহণযোগ্য নহব। অন্যথা সঞ্চালকৰ দ্বাৰা বিহিত ব্যৱস্থা লোৱা হব।

৩. ভুলবোৰ আঙুলিয়াই দিব , নিজে নজনাবোৰ আনৰ পৰা জানিবলৈ চেষ্টা কৰিব।

৪.জনাখিনিয়েও সকলোৰে মাজত ভাগ - বতৰা কৰিব , যাতে সকলো উপকৃত হয় ।

৬. গ্ৰুপৰ সকলো সদস্য এটা পৰিয়াল গতিকে নিজৰ মাজত কোনো ধৰণৰ প্ৰতিযোগিতা বা খোৱা কামোৰা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিব।

বি. দ্ৰ. - উপৰোক্ত নিয়মাৱলীবোৰ মানি চলি সুস্থিৰ পৰিৱেশ বজাই ৰাখিব।

আমি এক পৰিয়াল আৰু আমাৰ পৰিয়ালটোক সুচাৰুৰূপে চলাই নিয়াটো আমাৰ দায়িত্ব।


ধন্যবাদেৰে,
প্ৰশাসক মণ্ডলী।
All the speakers are free to express thier thoughts.:
All the speakers have to be on mute when someone is talking:
The club starts every day at 10,30pm:

Rules

All the speakers are free to express thier thoughts.

All the speakers have to be on mute when someone is talking

The club starts every day at 10,30pm

Last 30 Records

Day Members Gain % Gain
February 05, 2024 1,953 +178 +10.1%
December 22, 2023 1,775 +2 +0.2%
November 10, 2023 1,773 +1 +0.1%
October 10, 2023 1,772 +2 +0.2%
September 10, 2023 1,770 0 0.0%
August 13, 2023 1,770 +1 +0.1%
July 11, 2023 1,769 +1 +0.1%
June 18, 2023 1,768 -11 -0.7%
March 17, 2023 1,779 -21 -1.2%
March 12, 2022 1,800 +50 +2.9%
November 23, 2021 1,750 -1 -0.1%
November 21, 2021 1,751 +2 +0.2%
November 19, 2021 1,749 +5 +0.3%
November 18, 2021 1,744 -1 -0.1%
November 17, 2021 1,745 +7 +0.5%
November 15, 2021 1,738 +14 +0.9%
November 14, 2021 1,724 -1 -0.1%
November 13, 2021 1,725 +8 +0.5%
November 12, 2021 1,717 +2 +0.2%
November 11, 2021 1,715 +66 +4.1%
November 08, 2021 1,649 -2 -0.2%
November 07, 2021 1,651 -3 -0.2%
November 06, 2021 1,654 -1 -0.1%
November 03, 2021 1,655 -4 -0.3%
November 02, 2021 1,659 -2 -0.2%
November 01, 2021 1,661 -2 -0.2%
October 31, 2021 1,663 -4 -0.3%
October 30, 2021 1,667 -1 -0.1%
October 29, 2021 1,668 -5 -0.3%

Charts

Some Club Members

More Clubs