জান দাস on Clubhouse

Updated: Mar 28, 2024
জান   দাস Clubhouse
2.1k Followers
1.9k Following
@maa.01 Username

Bio

♥️ 19 𝗙𝗲𝗯𝘂𝘄𝗮𝗿𝘆🎂🎊🎉❤️

🇨🇭⏯️◀️⏪シ︎㋛︎➪জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ ---
↔️ ❤️🥀ভালপোৱা বোৰ বৈ যাওক মোৰ হিদয়ৰ পৰা আপোনাৰ হিদয়লৈ ❤️🥀



🎧 ᴍᴜsɪᴄ 🎧

🎶━━━━●───────𝟶𝟷:𝟸𝟾
⇆ ◁ ❚❚ ▷ ↻

💗 ㅤ    ❍ㅤ     ⎙ㅤ     ⌲
ˡᶦᵏᵉ ᶜᵒᵐᵐᵉⁿᵗ ˢᵃᵛᵉ ˢʰᵃʳᴇ

.☻ 💔 ☻
/█\ /█\
.| |. .| |.

⬛️⬛️⬛️ ⬛️⬛️⬛️
⬛️⬜️⬜️⬛️ ⬛️⬜️⬜️⬛️
⬛️⬜️🟨🟨⬛️ ⬛️🟨🟨⬜️⬛️
⬛️⬜️⬜️🟨⬛️ ⬛️🟨⬜️⬜️⬛️
⬛️⬜️🟨⬛️⬛️⬛️🟨


শিলত খুন্দা খালে দুখ পায় তেজ ওলাই কিন্তু দৰৱ দিলে ঘাঁ ও ভাল হয় বিষ ও ভাল হয়, আকৌ জীৱনত খুন্দা খালে ঘাঁ ও নহয় তেজ ও নুলাই কিন্তু বিষ গোটেই জীৱন থাকি যায়

▬▬▬▬▬▬▬▬▬▬◢💙☬


00:47━━━━●─────────── 01:22
⇆ ◁ ❚❚
▷ ↻
░▶ ●────────亗░▒

❤🎼🄼🅄🅂🄸🄲🎼 🄻🄾🅅🄰🅁🎼 ❤


◢💠💠◣♥️➪𝗣𝗔𝗣𝗔 𝗠𝗔𝗔♥️

🥰💝❤️𝗩𝗢𝗡𝗧𝗜 ➪ ❣️ 𝘾𝙃𝙊𝙏𝙏𝙄 𝙂𝙐𝘿𝘿𝙄❣️

◢💠💠◣♥️➪𝗩𝗮𝗶𝘁𝗶 .♥️

◢🔷🔷◣♥️➪𝗦𝗜𝗦𝗧𝗘𝗥..𝗣𝗢𝗟𝗜 𝗦𝗢𝗡𝗢𝗪𝗔𝗟♥️◢🔷🔷◣

◢💝💝◣♥️🥰➪ আমাৰ যে দুদিনমান ঘৰৰ পৰা আঁতৰি থাকিলে মনটো ভাল নেলাগে,, কিন্তু ছোৱালীবোৰে চোৱাচোন গোটেই জীৱনৰ বাবে নিজৰ ঘৰ,নিজৰ মা দেউতা, নিজৰ ঠাই লগতে আৰু নেজানো কিমান অগনন স্মৃতি এৰি থৈ আহে... সকলো ছোৱালীকে মই সন্মান জনাইছো তোমাৰ লোকৰ ত্যাগৰ গুণ দেখি... গতিকে আমি বিয়াৰ পিছত নিজৰ পত্নীক ইমানে মৰম দিব লাগে যাতে তেওঁ যে কিবা এৰি আহিল তাক নিজে উপলব্ধি কৰিব নেপায় ।
🖊🖊 জান দাস 🙏🙏🙏 🥰♥️◢🔷🔷◣
◢💝💝◣
◢♥◣➪ চিনি পাইছানে মোক ?
সেই যে ক্ষীণকৈ লাজকুৰীয়া ল’ৰাতো,
প্রতিতো কথাতে বেঙাৰ দৰে হাঁহি থকা
সেই যে অকৰাতো ।
অ’, মই সেই অকৰাতোৱেই কৈছো ।

এদিন এই বেঙাতোৰেই প্রেমত পৰিছিলা,
লাজকুৰীয়া হাঁহিটিতে ভোল গৈছিলা,
মোৰ অকৰামিবোৰতে প্ৰাণ খুলি হাঁহিছিলা ।
পিছত কি হ’ল ?
যে লাহে লাহে মোক সলনি কৰিব ধৰিলা ?
পৰিবৰ্তনৰ বতাহ এনেকৈ লাগিল যে,
হাঁহিত লাজ গুচি কপটতাৰ প্রতিফলন হ’ল,
অকৰা ল'ৰাতো লাহে লাহে চালাক হ’ল,
প্রিয় ৰঙটিও এতিয়া বগাৰ ঠাইত
ক'লালৈ সলনি হ’ল ।
💝
৷♥️🥰

♥️🥰♥️★➪সকলাে কথাই সহ্য কৰি যাম,
কিন্তু মাক-দেউতাক লৈ বেয়া কৈ ক'লে 
সৰু-ডাঙৰ ছােৱাত নাই।♥️🥰✔︎✔︎


╭━━━━━╮
┃ 𝙈𝙀𝙊𝙒 ┃
╰━┳━━━╯

◣ ◢ ◢◤
▉▉▉ ◢◤
▉▉▉▃▃▃▃▃▃▉
◥▉▉▉▉▉▉▉▉
▉▉▉▉▉▉▉▉
▋ ▋ ▋ ▋
▋ ▋ ▋ ▋
▋ ▋ ▋ ▋



➪┏━┓┏━┓
┃┃┃┃
┃┃┃┃
┃┃┃┃
┃┃┃┃
┏┛┗┛┗┓
┃ >┳<┃
┃ ◎┗┻┛◎ ┃
┃┏┓┏┓┃
┗┫┣━┫┣━┛
┗┫♥┗┫
┣┳┳〇゛

✊🏾

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 28, 2024 2,186 +6 +0.3%
March 11, 2024 2,180 +15 +0.7%
February 18, 2024 2,165 +2 +0.1%
January 31, 2024 2,163 +5 +0.3%
January 14, 2024 2,158 +8 +0.4%
December 29, 2023 2,150 +5 +0.3%
December 13, 2023 2,145 +2 +0.1%
November 28, 2023 2,143 +7 +0.4%
November 15, 2023 2,136 -1 -0.1%
November 05, 2023 2,137 +1 +0.1%

Charts

Member of

More Clubhouse users