কাৰেং(Kareng) on Clubhouse

কাৰেং(Kareng) Clubhouse
3.8k Members
Updated: Mar 26, 2024

Description

🍋🌶🙏নমস্কাৰ 🙏🍋🌶

মই নিপে কৈছোঁ -আমাৰ সকলোৰে মৰমৰ এই কাৰেং (Page)(০১/১০/২১ )টো খোলা বেছিদিন হোৱা নাই।🌶আমাৰ যদি কিবা
ভূল- ক্ৰটি হয় আমাক আঙুলিয়াই দেখুৱাই দিয়ে-যেন!🍋মই আমি সকলোৱে আপোনাৰলোকৰ লগত প্ৰতি দিনাই প্ৰতিটো মূহুুৰ্তত প্ৰতিটো পলত প্ৰতিতো উশাহত আপোনাৰলোকৰ লগত থাকিম বুলি কথা দিলোঁ🤟 আৰু আমাৰ মৰমৰ এই(কাৰেং)(Page)টো আদৰি লব বুলি আশা ৰাখিলো!🌶আহিব ভাল এটা চিন্তাধাৰা লৈ আমাৰ কাৰেং(Page)অত।🍋আপোনালোকৰ লগতে আমিও প্ৰতিদিনাই যাতে নতুন নতুন কথা শিকিব পাৰো তাৰে কামনা কৰিলো!🌶দিনতোত ইমান কামৰ ব্যস্ততাৰ মাজত অকনমান সময় উলিয়াই যদি আমাৰ সকলোৰে মৰমৰ কাৰেং(Page)ত এভুমুকি মাৰে নথৈ আনন্দিত হম!

🌶🍋🙏জয় আই অসম🙏🌶🍋
Club rules 1.: কোনেও যাতে অন্য ঘৰৰ কথা বা অন্য ক্লাবৰ কথা আমাৰ এইখন ঘৰৰ মজিয়াত আলোচনা নকৰে!
Admin আৰু Moderator সকলৰ কথা সকলোৱে মানি চলিব লাগিব!
2.: 👉কিবা কব লগা থাকিলে মাইকটো🎙Bling কৰিব!
আমি সকলোৱে মিলি আমাৰ সকলোৱে মৰমৰ কাৰেং(Kareng)এই ঘৰখনক জাকত-জিলিকা কৰি আগবঢ়াই নিবলৈ একতাবদ্ধ হব লাগিব!
3.: অনাহকত অদৰকাৰত কোনেও কাকো ব্যক্তিগত কাৰণত ব্যক্তিগতভাৱে বাৰ্তা(message) প্ৰেৰণ কৰি প্ৰাইভেত ৰুমত মাতি হাৰাশাস্তি নকৰিব।
🙏ধন্যবাদ🙏



🙏 জয় আই অসম🙏

Rules

Club rules 1.

কোনেও যাতে অন্য ঘৰৰ কথা বা অন্য ক্লাবৰ কথা আমাৰ এইখন ঘৰৰ মজিয়াত আলোচনা নকৰে!
Admin আৰু Moderator সকলৰ কথা সকলোৱে মানি চলিব লাগিব!

2.

👉কিবা কব লগা থাকিলে মাইকটো🎙Bling কৰিব!
আমি সকলোৱে মিলি আমাৰ সকলোৱে মৰমৰ কাৰেং(Kareng)এই ঘৰখনক জাকত-জিলিকা কৰি আগবঢ়াই নিবলৈ একতাবদ্ধ হব লাগিব!

3.

অনাহকত অদৰকাৰত কোনেও কাকো ব্যক্তিগত কাৰণত ব্যক্তিগতভাৱে বাৰ্তা(message) প্ৰেৰণ কৰি প্ৰাইভেত ৰুমত মাতি হাৰাশাস্তি নকৰিব।
🙏ধন্যবাদ🙏



🙏 জয় আই অসম🙏

Last 30 Records

Day Members Gain % Gain
March 26, 2024 3,819 +5 +0.2%
February 05, 2024 3,814 +6 +0.2%
December 22, 2023 3,808 +1 +0.1%
November 10, 2023 3,807 +6 +0.2%
October 10, 2023 3,801 +18 +0.5%
September 11, 2023 3,783 +20 +0.6%
August 13, 2023 3,763 +18 +0.5%
July 11, 2023 3,745 +35 +1.0%
June 18, 2023 3,710 +1,274 +52.3%
March 17, 2023 2,436 +36 +1.5%
November 05, 2022 2,400 +100 +4.4%
October 17, 2022 2,300 +100 +4.6%
October 04, 2022 2,200 +100 +4.8%
September 06, 2022 2,100 +100 +5.0%
March 12, 2022 2,000 +459 +29.8%
November 24, 2021 1,541 +33 +2.2%
November 22, 2021 1,508 +1 +0.1%
November 21, 2021 1,507 +15 +1.1%
November 20, 2021 1,492 +2 +0.2%
November 19, 2021 1,490 +4 +0.3%
November 16, 2021 1,486 -2 -0.2%
November 14, 2021 1,488 -1 -0.1%
November 13, 2021 1,489 +4 +0.3%
November 11, 2021 1,485 +6 +0.5%
November 10, 2021 1,479 +13 +0.9%
November 09, 2021 1,466 +22 +1.6%
November 07, 2021 1,444 +4 +0.3%
November 05, 2021 1,440 -2 -0.2%
November 04, 2021 1,442 +10 +0.7%
November 02, 2021 1,432 +2 +0.2%

Charts

Some Club Members

More Clubs