ষ্টুডিঅ' মা মুভীৰ আদ্দা on Clubhouse

ষ্টুডিঅ' মা মুভীৰ আদ্দা Clubhouse
1.7k Members
Updated: Mar 26, 2024

Description

আপোনালোকৰ লগত ৰঙীন জীৱনৰ ভাললগা সুখ দুখৰ মিঠা সময়খিনি বন্ধুত্ব সুলভ ভাবে সংগীত সাহিত্য লগতে কিছুমান আমোদজনক কথাৰে অলপমান মৰম, বিশ্বাস আৰু সন্মানৰে সকলোৰে সময়বোৰ অতিবাহিত নিয়াৰ প্ৰয়াসৰে ষ্টুডিঅ' মা মুভীৰ আদ্দা গ্ৰোপটি খোলা হৈছে ।

বিমান বৰুৱা অসমীয়া 7002062393
✨আপোনালোকক ষ্টুডিঅ' মা মুভীলৈ স্বাগতম✨: √•কৰ্ম জীৱনৰ ব্যস্ততাৰ মাজত অকনমান সময় উলিয়াই হাঁহি স্ফূর্তিৰে ৰসাল কথাৰে ধেমালি সুলভ ভাবে সময়বোৰ অতিবাহিত কৰিবলৈ মন নাজাই জানো
কিছুমান কথা গ্ৰুপটিলৈ আহিলে মনত ৰাখিব: @ গ্ৰুপটিত কোনো অশ্লীল শব্দৰ উচ্চাৰিত নকৰে যেন ।
@ অনাহকত কোনেও কাকো ব্যক্তিগত কাৰণত ব্যক্তিগতভাৱে বাৰ্তা প্ৰেৰণ কৰি প্ৰাইভেত ৰুমত মাতি হাৰাশাস্তি নকৰিব।
@Admin আৰু Moderator সকলৰ কথা সকলোৱে মানি চলিব লাগিব ।: @ আনৰ ব্যক্তিগত কথা সমজোৱাকৈ গ্ৰুপটিত উল্লেখ নকৰিব ।
@কোনেও যাতে অন্য ঘৰৰ কথা বা অন্য ক্লাবৰ কথা আমাৰ এইখন ঘৰৰ মজিয়াত আলোচনা নকৰে যেন । কিবা অভিযোগ থাকিলে Messageৰ জৰিয়তে Admin আৰু Moderatorক জনাব ।

Rules

অহংকাৰ নকৰিব আপোনাৰ এদিন হব।

আপোনালোকৰ লগত বন্ধুত্ব সুলভ ভাবে মিঠা সময়খিনি সংগীত সাহিত্য লগতে কিছুমান আমোদজনক কথাৰে সময়বোৰ পাৰকৰি নিয়াৰ প্ৰয়াসৰে গ্ৰোপটি খোলা হৈছে ।
বিমান বৰুৱা অসমীয়া 7002062393
https://youtube.com/c/kingboruah

Last 30 Records

Day Members Gain % Gain
March 26, 2024 1,725 +2 +0.2%
February 05, 2024 1,723 +1 +0.1%
December 22, 2023 1,722 +4 +0.3%
November 10, 2023 1,718 0 0.0%
October 10, 2023 1,718 +5 +0.3%
September 11, 2023 1,713 +8 +0.5%
August 13, 2023 1,705 -1 -0.1%
July 11, 2023 1,706 +1 +0.1%
June 18, 2023 1,705 +3 +0.2%
March 17, 2023 1,702 +2 +0.2%
March 12, 2022 1,700 +154 +10.0%
November 24, 2021 1,546 +1 +0.1%
November 23, 2021 1,545 +2 +0.2%
November 22, 2021 1,543 +1 +0.1%
November 20, 2021 1,542 +1 +0.1%
November 19, 2021 1,541 +9 +0.6%
November 16, 2021 1,532 +1 +0.1%
November 15, 2021 1,531 +3 +0.2%
November 14, 2021 1,528 +5 +0.4%
November 11, 2021 1,523 +6 +0.4%
November 10, 2021 1,517 +11 +0.8%
November 09, 2021 1,506 +6 +0.4%
November 08, 2021 1,500 -1 -0.1%
November 07, 2021 1,501 +6 +0.5%
November 06, 2021 1,495 +10 +0.7%
November 05, 2021 1,485 +6 +0.5%
November 04, 2021 1,479 +4 +0.3%
November 03, 2021 1,475 +23 +1.6%
November 02, 2021 1,452 +17 +1.2%
November 01, 2021 1,435 -1 -0.1%

Charts

Some Club Members

More Clubs