কুমলীয়া মন, তোমাতেই বলিয়া যৌৱন জাগিছে উতলা মৰম ,তুমি মোৰ সাধনা আছুতীয়া ৰং,সৰিছে বুকুত অনন তোমাতেই প্ৰতিটো ক্ষণ,তুমি মোৰ বাসনা।