কবিতা on Clubhouse

কবিতা Clubhouse
79 Members
Updated: Apr 23, 2024

Description

জীৱনক যিমানে উদাহৰণ দি বুজোৱা যাওঁ‌ক কিয় প্ৰত্যেকৰে জীৱন বেলেগ বেলেগ
একেই উশাহ,একেই মাটিত থাকিও সচাই জীৱন ভিন্ন।
কোনোবাই জীৱনৰ সাৰ্থকতা বিচাৰি পাইছে যদি আনফালে কোনোবাই জীৱনৰ শেষ বুলি ভাৱি মৰা নদীৰ ঘাটত জীয়া স্মৃতিৰ অন্তিম সংস্কাৰ কৰিছে।

অসমীয়া ভাষা আৱেগ।
তাৰ মাজতেই দুটা এটা শব্দৰ সংমিশ্ৰণ ঘটাই খুলিব বিচাৰো আপোনাৰ হৃদয়ৰ জীৱন্ত দলীল।

কিমান সাৰ্থক হ'ম নাজানো
কৰবাত মিলি গলে জনাব।
ভাল লাগিলে ইউটিউব ফেমিলীৰ সদস্য হওঁ‌ক।

ধন্যবাদ।
জয় আই অসম।।
ভাল হওঁ‌ক সকলোৰে

-ডেভিদ হাছান মিৰ্জা
(এজন অনভিজ্ঞ পাঠক)

Last 30 Records

Day Members Gain % Gain
April 23, 2024 79 0 0.0%
February 12, 2024 79 -1 -1.3%
December 28, 2023 80 0 0.0%
November 14, 2023 80 +1 +1.3%
October 15, 2023 79 0 0.0%
September 15, 2023 79 +1 +1.3%
August 17, 2023 78 0 0.0%
July 15, 2023 78 0 0.0%
June 21, 2023 78 -1 -1.3%
March 19, 2023 79 0 0.0%
March 04, 2023 79 +1 +1.3%
January 09, 2023 78 +1 +1.3%
December 21, 2022 77 +1 +1.4%
November 06, 2022 76 +1 +1.4%
August 15, 2022 75 +1 +1.4%
July 01, 2022 74 +1 +1.4%
March 13, 2022 73 +1 +1.4%

Charts

Some Club Members

More Clubs