মৰিগাঁওৰ ডেকা🏠
🎤Singer | 🎧Musician | 🎵Composer | 🎼 Assamese Music (জুবিন অনুৰাগী)
সুখ দুখেৰেই এই জীৱন ।
মোৰ উকা মন দাপোনত
আখৰে আখৰে
লিখোঁনে✍️ তোমাক👰 আজি
মোৰ প্ৰিয় গুণ গুণ 🎹গুননী
💨উশাহে উশাহে ৰাখোনে
তোমাক আজি👸
তোমালৈ বুলি
ঃঃঃঃঃঃঃ
✍️ দীপাংকৰ ডেকা
এইয়া তোমাৰ বাবে এটা
কবিতা লিখিম বুলি
কলম উলিয়াই লৈছোঁ।
হঠাৎতে কৰপৰা যে আন্ধাৰ
নামি আহিল জানো,
কবকে নোৱাৰিলোঁ।
আন্ধাৰ হ'লেও একো
কথা নাই।তোমালৈ
বুলি কবিতা লিখিলে
আন্ধাৰতো পোহৰ দেখোঁ।
প্ৰেমৰ শিকলিৰে এনেদৰে
বান্ধিলা যে
কেনেকৈ নষ্ট হৈ গলো
কবকে নোৱাৰিলোঁ।
এতিয়া মাত্ৰ এটাই সপোন
তুমি আহিবা,আৰু
প্ৰেমৰ শিকলি ডাল আৰু
মজবুত কৈ বান্ধিবা।
আৰু দীঘলীয়া কৰিম বুলি
ভাবিছিলোঁ, কিন্তু
মোৰো সময় নাই,
তোমাৰো সময় নাই।
গতিশীল সময়ত এয়াই যথেষ্ট
আমাৰ বাবে।
এতিয়া ৰাখোঁ দিয়া।
Assam / India📍🇮🇳
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
October 13, 2023 | 159 | -3 | -1.9% |
September 30, 2022 | 162 | +2 | +1.3% |
August 09, 2022 | 160 | +7 | +4.6% |
July 04, 2022 | 153 | -4 | -2.6% |
May 27, 2022 | 157 | -1 | -0.7% |
March 12, 2022 | 158 | -1 | -0.7% |
January 14, 2022 | 159 | -2 | -1.3% |
December 07, 2021 | 161 | +5 | +3.3% |