(শিল্প,সাহিত্য, সংস্কৃতিৰ শ্ৰমিক,মই বুকুত গাওঁ কঢ়িয়াই ফুৰা এটা গোৱাৰ)
কথাৰ সাঁকোৱেদি তাই সমগ্ৰ শোক খুলি থৈ
মোৰ অভ্যন্তৰলৈ নিচুকাবলৈ সোমাই গ'ল
অভ্যন্তৰত থকা তাইক মই নিৰলে
কেতিয়াও কুঁজা হ'ব নোখোজা এটা জাতিৰ কথা কওঁ
শ্মশানৰ ভয়ত মাৰ বান্ধি ফুলি উঠা এটা ভাষাৰ কথা কওঁ
কথা হিচাপে তাইক মই একোৱেই নকওঁ
মোৰ চকুপানী তাই পঢ়িব পাৰে।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
June 15, 2024 | 112 | +2 | +1.9% |
July 13, 2023 | 110 | -1 | -1.0% |
October 02, 2022 | 111 | -1 | -0.9% |
August 11, 2022 | 112 | +1 | +1.0% |
July 05, 2022 | 111 | -1 | -0.9% |
May 28, 2022 | 112 | -15 | -11.9% |
March 13, 2022 | 127 | +1 | +0.8% |
January 15, 2022 | 126 | +1 | +0.8% |