মুক্তকণ্ঠ on Clubhouse

মুক্তকণ্ঠ Clubhouse
5.9k Members
Updated: Mar 14, 2024

Description

🙏নমস্কাৰ🙏 আপোনালোকৰ
বাবে আমি 'মুক্তকন্ঠ'
নামৰ পেজ টি প্ৰস্তুত কৰিছোঁ।
আশা কৰো সকলোৱে আমাক মৰম দি
আদৰি লয় যেন।।
...............................................................................................

মেটমৰা শিকলিৰ লংগৰ খুলি
লুইতৰ বুকুত জাহাজ মেলিম,
এদ'ল অসমীয়াৰ
অসীম আশা, হেজাৰ সপোন সামৰি
নতুন দিনৰ শুভাৰম্ভ কৰিম।
বিচিত্ৰতাৰ মাজতো একতাৰ এনাজৰী বান্ধি
কঁকালত টঙালি বান্ধিম।
এজাক অন্ধৰ সাধকৰ বুকু ভেদি
জাতীয়তাবাদৰ বিজয় ধ্বজা উৰুৱাম।।
Rule:-1: ১) এই পেজটোত সকলোকে সন্মান কৰি নিজৰ বক্তব্য আগবঢ়োৱাটো আপোনালোকৰ দায়িত্ব।
২) যি কোনো ধৰণৰ অশ্লীল শব্দৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব
Rule:-2: ৩) বেলেগৰ ব্যক্তিগত কথাবোৰ
আলোচনা কৰাৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব।
৪) আপোনালোকৰ সুপ্ত কিছুমান প্ৰতিভা আমাৰ সৈতে প্ৰকাশ কৰিব
পাৰিব সেই ক্ষেত্ৰত আমি আপোনালোকক সম্পূৰ্ণ সহযোগ কৰিম।
Rule:-3: ৫)কোনো সদাশয় সদস্য‌ই ম'ডাৰেটৰ বিচাৰি আমাক লাজ নিদিয়ে যেন। কাৰণ ম'ডাৰেটৰ আমি আমাৰ ইচ্ছা অনুসৰি বিতৰণ কৰিম ।
৬) আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।

Last 30 Records

Day Members Gain % Gain
March 14, 2024 5,942 +16 +0.3%
January 24, 2024 5,926 +1 +0.1%
December 10, 2023 5,925 +10 +0.2%
November 02, 2023 5,915 +9 +0.2%
October 03, 2023 5,906 +11 +0.2%
September 03, 2023 5,895 -3 -0.1%
August 05, 2023 5,898 +25 +0.5%

Charts

Some Club Members

More Clubs