♡Strawberry ~ ♡ on Clubhouse

Updated: Sep 9, 2023
♡Strawberry ~ ♡ Clubhouse
1.1k Followers
624 Following
@tumiklh Username

Bio

Hello yo 🤣 - 1596020940

Mine♡- [[ক্ষমা কৰিব 🙏😔 ,এই বস্তুটোৰ পৰা মই বহুত আতৰত থাকো💔🥲]]

যাৰ মন নাই,যাৰ মন বুজাৰ ক্ষমতা নাই,কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হল এই মনটো বাৰে বাৰে তেওঁৰ কাষলৈ গুচি যায়।

হস্পিতালৰ বিছনাখনো একোটা জীৱন্ত ডায়েৰী। প্ৰতিখন বিচনাই সাঁচি ৰাখে অলেখ কাহিনী।
হাঁহি, কান্দোন, সমাপ্তি, আৰম্ভ💔😌💨

দেউতা নামৰ বট গছডালৰ ছাঁ যিজনৰ মুৰৰ ওপৰত নাই তেঁওহে বুজে ৰ'দৰ উত্তাপ কিমান প্ৰখৰ।

Miss you papa🫂😥📌💔

সময় সলনি হৈ যাব মানুহবোৰো সলনি হৈ এৰি যাব কিন্তু সঁচা বন্ধুজন চিৰজীৱন কাষত থাকি যাব। হাতৰ ৰেখাত লিখা আছিল কাৰণেই তোমাৰ দৰে এজন বন্ধু পালোঁ |Everything❤️🌏 -♡ @love.u.jn


《 ♡Good buddy 📌♡》
_________^^^^^___________
_________^^^^^___________
Coffee _♡ @18.05.2003
Puwali-♡ @puwalix

More Clubhouse users