মানুহ হোৱাৰ হেঁপাৰেহে প্ৰতিটো খোজ দি যাওঁ। নেজানো কিন্তু শেষ কত।। দুখৰ টোপোলা বোৰ বাৰে বাৰে খুচৰি চাওঁ কিজানিবা সুখ বোৰ তাতে বিচাৰি পাওঁ।। জীৱনটো এবাৰেই পাওঁ সেই বাবেই দুখৰ মাজতো সুখবোৰ নিজেই বিচাৰি লওঁ।। 😊 (কথা পাতি খুৱেই ভাল পাওঁ মই)😊