স্বৰ্ণালী আইদেউ on Clubhouse

Updated: Dec 14, 2023
স্বৰ্ণালী আইদেউ Clubhouse
608 Followers
141 Following
@swarnali_aideu Username

Bio

কথাবোৰৰ আউল লাগে,
ইহঁতে ঠেঁহ পাতে,
শব্দৰ অভাৱ হয় ইহঁতবোৰ ওলাই আহিবলে
আৰু সেই শব্দবোৰ ওলাই যায় আখৰৰ সন্ধানত।
এই সন্ধানে পুনৰ সেই কথাবোৰত আউল লগায়!
আকৌ জেং😑
গতিকে আউল ভঙাৰ দায়িত্ব আমাৰ।
কিছুমান তুমি ক'বা আৰু কিছুমান মই⁉️
_________________________

মই এটা শিল !!
মাটি মোৰ অস্তিত্ব...
কঠিনতা মোৰ শক্তি...
মই এটা ডাঙৰ শিল ৷
বাটৰুৱাৰ খোজৰ সৈতে পাৰ হৈ যাওঁ...
প্রতিটো সন্ধিয়া, প্রতিটো পুৱা,
ধূলিমক্ত আবেলিৰ উন্মাদ বাসনাত ৷
মোৰ হৃদয়খন তেজেৰে আৱৰা
ৰং- ক'লা 🖤

নিৰৱ শ্ৰোতা/সংগীত প্ৰেমী

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 14, 2023 608 +145 +31.4%
October 09, 2022 463 -7 -1.5%
August 15, 2022 470 -4 -0.9%
June 02, 2022 474 -16 -3.3%
April 25, 2022 490 +11 +2.3%
March 18, 2022 479 +59 +14.1%
January 19, 2022 420 +47 +12.7%
December 13, 2021 373 +56 +17.7%

Charts

Member of

More Clubhouse users