জীৱনৰ চাকনৈয়াত আমিবোৰ on Clubhouse

জীৱনৰ চাকনৈয়াত আমিবোৰ Clubhouse
116 Members
Updated: Mar 18, 2024

Description

জীৱন তুলিকাত ৰং সানি আমি আগুৱাম ❤️

শূণ্য এটাক হাতত লৈয়ে
আৰম্ভ কৰিছিলো আমাৰ যাত্ৰা ,

শূন্য ই সমাপ্তি এই যাত্ৰাৰ ;

বাটতে এক বালিৰ পাহাৰ....

মৰুৰ বুকুত গজি উঠে যি স্বপ্ন..
_________________________

বোকালগা পোছাকযোৰৰ মাজত
চিপজৰীত ওলমি থকা এটা জীৱন
আমিবোৰে আদৰ্শৰ বিপ্লৱ কৰোঁ

ধোঁৱাৰ আৰত চাৰিওপিনে
মুখা পিন্ধা মানহৰ দল
সত্যক বিচাৰি আমি আন্দোলন কৰো

চকুত কাপোৰ বন্ধা মানুহজাকে
আৰে আৰে চক্ৰবেহু ৰচে
শান্তিৰ সংজ্ঞা নিৰ্ধাৰণ কৰি
সৰাপাতৰ মেৰমেৰনিৰ  মাজৰ পৰা
ৰাতিৰ এন্ধাৰত দুৱাৰত টুকুৰিয়াই
সপোন সিঁচাৰ ভাওনা কৰে

বুকুত শিপাই থকা
অচিনাকি গোন্ধ এটাই  আকাশে বতাহে
ৰঙা নিচান উৰাই

মাৰ যায় ভঙা কলিজাৰ বিননিৰবোৰ
অভিমান এৰি আমিবোৰে
সকলো পাহৰি জী উঠোঁ আকৌ

জীৱনৰ ৰং বিচাৰো সুৰীয়া আঁচল পাতি
পাহৰি যাওঁ সকলো দুখ-বেদনা

যুগ যুগান্তৰ ধৰি চলি আছে এই প্ৰথা
সৰা পাতৰ মেৰমেৰনি নোহোৱা হ'লে
আকৌ আমিবোৰে আদৰ্শৰ বিপ্লৱ কৰোঁ
সত্যক বিচাৰি আমি আন্দোলন কৰো

Last 30 Records

Day Members Gain % Gain
March 18, 2024 116 +1 +0.9%
January 28, 2024 115 0 0.0%
December 14, 2023 115 0 0.0%
November 05, 2023 115 +1 +0.9%
October 05, 2023 114 0 0.0%
September 06, 2023 114 0 0.0%
August 08, 2023 114 0 0.0%
July 07, 2023 114 0 0.0%
June 15, 2023 114 +1 +0.9%
March 15, 2023 113 +1 +0.9%
September 30, 2022 112 +1 +1.0%
July 31, 2022 111 -1 -0.9%
June 22, 2022 112 +1 +1.0%
June 02, 2022 111 +1 +1.0%
April 30, 2022 110 -1 -1.0%
April 22, 2022 111 -1 -0.9%
March 18, 2022 112 -2 -1.8%
March 10, 2022 114 -9 -7.4%
November 13, 2021 123 +1 +0.9%
November 02, 2021 122 +2 +1.7%

Charts

Some Club Members

More Clubs