Paradarshi ii on Clubhouse

Updated: Jul 12, 2023
Paradarshi ii Clubhouse
404 Followers
284 Following
@shysnickerr Username

Bio

▀▄▀▄▀▄❤️❤️

🫠🫠🫠🫠🫠🫠
মাতাল নগৰৰ উৰ্ধত যেতিয়া হওঁ নিশাচৰ,
সময়ৰ ব্যাকুলতাত জীৱন হয় বৰ ব্যস্ত,
অৰ্ধনগ্ন সমাজৰ ঢৌত বিচ্যুতি ঘতে লক্ষ্যৰ।
পথৰ দাঁতিৰে যেতিয়া খোজকাঢ়ি ফুৰোঁ
দেখো মানুহৰ হেজাৰ নতুন অৱতাৰ।

কেতিয়াবা ডাৱৰ হৈ চাবাচোন, নিজে সৰি আনক হেপাঁহৰ বৰষুনজাকেৰে ভিজাই চাবাচোন  মৰমবোৰ নিজে নিজে হৃদয়ত থিতাপি ল'ব

🌼🌼🌼🌼🌼🌼🌼🌼🌼
শুনা চোন তোমাক দেখাৰ পৰাই তোমাৰ মায়াবী চকুত মুগ্ধ হোৱা তোমাৰ এই পাগলি প্ৰেমিকাই আজি ব্যক্ত কৰিব মনৰ কথা। ব্যস্ত পথৰ অজস্ৰ ভিৰত ৰাস্তা পাৰ হব নোৱাৰা এই প্ৰেমিকাক হাতত ধৰি পাৰ কৰাবানে? মোৰ এই এমুঠি সপোনক নিজৰ বুলি ভাবি মোৰ সৈতে সপোনৰ দেশত উৰা মাৰিবানে? মোৰ বাওঁহাতৰ উকা অনামিকা আঙুলিত তোমাৰ নামৰ আঙঠি পিন্ধাবলৈ ৰাজী নে??
❤❤❤❤❤❤❤❤❤❤❤


কোনোবা ভাঙি গ’লে তেওঁক সজাবলৈ শিকক,
কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক,
সম্পৰ্ক এটাক সফল কৰাটোও সহজ কেৱল মাত্ৰ পালন কৰিবলৈ শিকক


...............

Member of

More Clubhouse users