꧁༄'আশীৰ্বাদ দিয়া মা༄꧂ on Clubhouse

꧁༄'আশীৰ্বাদ দিয়া মা༄꧂ Clubhouse
1.2k Members
Updated: Mar 12, 2024

Description

⠀🙏 সকলো অতিথিক আমাৰ এই নৱতম গোট 'আশীৰ্বাদ দিয়া মাঁ' লৈ আন্তৰিকতাৰে স্বাগতম জনাইছো।
মধুৰ সময়ৰ ক্ষণবোৰৰ দৰেই জীপাল কৰাৰ প্ৰয়াস আমাৰ এই কিছু কবিতা, হাঁহি ধেমালি আৰু ৰসাল বাৰ্তাৰে।
'আশীৰ্বাদ দিয়া মাঁ' নিয়ম:
১) গোটত সকলোকে সন্মান কৰাটো বাঞ্চনীয়।
২) গোটত স্বৰচিত বা যিকোনো সাহিত্য , সাংস্কৃতিক প্ৰতিভা প্ৰকাশ কৰিব পাৰিব।
৩) অশ্লীল বাৰ্তা তথা ব্যক্তি বিশেষে অদৰকাৰী কথা প্ৰকাশ কৰিলে বিহিত ব্যৱস্থা লোৱা যাব।
৪) গোটত অন্তৰ্ভুক্ত হোৱাৰ পাছত ন সদস্যই নিজৰ পৰিচয় সকলোৰে আগত ব্যক্ত কৰিব।
৫) গোটৰ অন্তৰ্নিহিত বিষয় অন্য গোটত প্ৰকাশ কৰিব নোৱাৰিব।

নীলনক্ষত্ৰৰ বুকুত গাঁঠিম
নৱনিধিৰ এধাৰি মালা
য'ত বেদনাবোৰে আমনি নকৰাকৈয়ে তোমাৰ কবিতাৰ
পাঠ শুনিবলৈ বাট চাই ৰ'ব মৌনতাৰ শিপাডালত মেৰিয়াই থ'ব এক লহমাৰ বাবেই তোমাৰ অনুভৱী শব্দবোৰক তোমাৰ পৰা তোমাৰ স্নিগ্ধনীলৰ বুকুলৈ!🥰🌺


。゚゚・。・゚゚。
゚。 。゚
゚・。・゚
︵ ︵
( ╲ / /
╲ ╲/ /
╲ ╲ /
╭ ͡ ╲ ╲
╭ ͡ ╲ ╲ ノ
╭ ͡ ╲ ╲ ╱
╲ ╲ ╱
╲ ╱

⠀ ∧_∧::
(´・ω・`)::
/⌒ ⌒)::
/へ__ / /::
(_\\ ミ)/::
| `-イ::
/ )::
// /::
/ /::
( く:::
|\ ヽ:::

Last 30 Records

Day Members Gain % Gain
March 12, 2024 1,245 +2 +0.2%
January 22, 2024 1,243 +2 +0.2%
December 09, 2023 1,241 +2 +0.2%
November 01, 2023 1,239 +1 +0.1%
October 01, 2023 1,238 +2 +0.2%
September 02, 2023 1,236 -1 -0.1%
August 04, 2023 1,237 -3 -0.3%

Charts

Some Club Members

More Clubs