সত্যজিৎ গগৈ on Clubhouse

Updated: Aug 10, 2023
সত্যজিৎ গগৈ Clubhouse
706 Followers
762 Following
@shatyajit Username

Bio

Indian ARmy (Air Force) হাজাৰবাৰ বিফল হৈছো এদিন সফল হম ,
এই আশাতেই বন্দী মোৰ জীৱন ( ভাওনা কৰো) শিৱসাগৰীয়ান ঘেন্টা কাকো খাতিৰ নকৰো



দিব নোৱাৰিলো সচাঁ প্ৰেমৰ নি:স্বাৰ্থ ভালপোৱাৰ প্ৰতিদান
দিলো মাথো বিশ্বাসৰ সমাধি
অভিশাপ নিদিবা মোক, নিদিবা অভিশাপ,
প্ৰেমৰ মায়া জালত দগ্ধিত হবলৈ।
আজিও মনত আছে মোৰ তুমি মোৰ লগত কথা পাতি পাতি উজাগৰে ৰাতি বোৰ পাৰ কৰিছিলা,
কিমান যে বিষাদৰ কবিতা ৰচিছিলা।।
মই নুবুজিলো জানা,
মাথো নিজৰ ভাল লগা বোৰতে ব্যস্ত থাকিলো।।
সেইবুলি নাভাবিবা , মাথো অভিমান কৰিহে তোমাৰ পৰা আঁতৰত আছিলো, কাৰণ
আমাৰ অফুৰন্ত ভালপোৱাৰ মাজত যে সন্দেহৰ পুখা মেলিছিল,,
কিন্ত
তুমিও নুবুজিলা , চিৰ জীৱনৰ বাবে তুমি আতৰি গলা।।
সাঁচি গলা মোৰ সঁচা ভালপোৱাৰ প্ৰতিদান ।
আজিও মনত পৰে জানা শৰতৰ দু্ৰ্গা পূজাত দুয়ো হাতত ধৰা ধৰি কৰি পূজা চোৱাৰ কথা।
আৰু বিভিন্ন কথাৰে তুমাক ব্যতিব্যস্ত কৰি তোলা।।
এই কথা বোৰে মোক প্ৰতিটো পলত বৰকৈ আমনি কৰে অ
এতিয়া কাৰোবাক পাই বহুত সুখী চাগে,
ময়ো সুখী দিয়া তোমাৰ লগত কটোৱা স্মৃতি বোৰক লৈ।।
আজিকালি মোক তুমি হীনতাৰ অভাৱ হব নিদিয়ে কোনোৱাই আৰু সেই মদৰ বটল কেইতাক প্ৰতাৰনা নকৰো দুনাই
সত্যজিৎ

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 10, 2023 706 -16 -2.3%
January 30, 2023 722 -23 -3.1%
September 30, 2022 745 -18 -2.4%
August 09, 2022 763 -13 -1.7%
July 03, 2022 776 -32 -4.0%
May 27, 2022 808 -6 -0.8%
April 19, 2022 814 +2 +0.3%
March 11, 2022 812 -27 -3.3%
January 13, 2022 839 +69 +9.0%
December 06, 2021 770 +215 +38.8%

Charts

Member of

More Clubhouse users