Mukttokontho Saptasur on Clubhouse

Updated: Nov 6, 2023
Mukttokontho Saptasur Clubhouse
363 Followers
366 Following
@saptasur.jipaal Username

Bio

** অভিনয় **

হাঁহি আছো বুলিয়েই
ভুলতো নাভাবিবা
মই সুখী বুলি,
এইয়া মাথোঁ মোৰ
আনৰ আগত সুখী হোৱাৰ অভিনয় ৷
মোৰ এই হাঁহিৰ আঁৰতো আছে
অলেখ দুখৰ কাহিনী,
কান্দিব নোখোজোঁ মই
কান্দি কান্দি দুৰ্বল হ’ব নোৱাৰোঁ ৷
মই যুঁজিব লাগিব আজীৱন
জয় মোৰ নিশ্চিত ৷
মই হাঁহি আছো মাথোঁ
আপোনজনৰ সুখৰ বাবে,
কিয়নো
নিজৰ বাবে আপোনজনৰ হৃদয়ত
দুখৰ অমানিশা নমাব নোৱাৰোঁ ৷
সেইয়ে মই কান্দি কান্দি হাঁহিব লাগিব
হাৰি হাৰি জিকিব লাগিব ৷৷

Member of

More Clubhouse users