সুখী তো সেইজনেই হয়,
যি কাৰোবাৰ শৰীৰটোৰ প্ৰেমত পৰিছে, কাৰণ মই দেখিছো, কাৰোবাক সচা অনুভৱৰ পৰা ভালপোৱা জনে সদায় দোষৰ মাজতে, দিন কটাব লগা হয়!!💔🙂
ভাল পোৱা জানো কেতিয়াবা সঁচাকৈ শেষ হৈ যায় ?? তোক মই ভাল নাপাওঁ বুলি কোৱাৰ কিমান দিনৰ পিছত সঁচাকৈ বাৰু ভাল পোৱা শেষ হৈ যায় ????
      প্ৰেম / প্ৰতাৰণা/ বিশ্বাসঘাটকতাৰ শেষত ৰৈ যায় মাথো কিছু প্ৰশ্ন । তোমাক আৰু কেতিয়াও আমনি নকৰো, অথচ গোটেই জীৱনলৈ মই তোমাৰেই হৈ ৰ'ম " । 
       এইয়াই প্ৰেম নে? সকলো শেষ হোৱাৰ পিছত বুকুৰ মাজত ৰৈ যোৱা বিষটো জানো প্ৰেম নহয় ??
if the data has not been changed, no new rows will appear.
| Day | Followers | Gain | % Gain | 
|---|---|---|---|
| June 13, 2024 | 1,877 | +15 | +0.9% | 
| May 11, 2024 | 1,862 | +4 | +0.3% | 
| March 25, 2024 | 1,858 | +9 | +0.5% | 
| March 07, 2024 | 1,849 | +11 | +0.6% | 
| February 14, 2024 | 1,838 | +14 | +0.8% | 
| January 28, 2024 | 1,824 | +34 | +1.9% | 
| January 11, 2024 | 1,790 | +13 | +0.8% | 
| December 26, 2023 | 1,777 | +18 | +1.1% | 
| December 10, 2023 | 1,759 | +37 | +2.2% | 
| November 26, 2023 | 1,722 | +21 | +1.3% |