Prince Kaushik Bora on Clubhouse

Updated: Sep 4, 2023
Prince Kaushik Bora Clubhouse
61 Followers
67 Following
@prince782 Username

Bio

গান শুনি ভাল পাওঁ🎧🎶🎵
গান গাই ভাল পাওঁ🎤🎙️
গীত প্ৰেমী মই❤️🎤🎶🎙️


মই এজন ধুনীয়া মানুহ নহয়
কিন্তু মই মোৰ ধুনীয়া হাতখন
এনেকোৱা যিকোনো ব্যক্তিক
দিব পাৰোঁ, যাৰ সহায়ৰ প্ৰয়োজন।🙏


"মই সংগ্ৰাম"
আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজে বাটতে ভাগৰি পৰা,☹️
সফল হোৱাৰ সকলোতকৈ সহজ হোৱাৰ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা।👍

কিছুমান দুটকীয়া মানুহ আছে😁 follow কৰাৰ পাছতো কাকো follow back নকৰে; সেইবোৰ মানুহে নিজকে বহুত ওপৰৰ মাল বুলি ভাবে চাগে;☹️🙁
কিন্তু তেওঁ লোকতকৈ ডাঙৰ মানুহে আমাক follow কৰে আকৌ,
মোক যোনেই unfollow কৰিছে মই গম পাইছোঁ, সেইসকলকো ময়ো unfollow কৰি দিছোঁ, 🤨
এইটো মোৰ ষ্টাইল, লাগিলে তেওঁ দুটকীয়া ই হওঁক বা লাখটকীয়াই হওঁক; 😏
যেনে কুকুৰ তেনে টাঙোন🙄



Clubhouse joining date: 25/07/2021 😄

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 04, 2023 61 -5 -7.6%
August 09, 2022 66 -1 -1.5%
July 04, 2022 67 -6 -8.3%
May 27, 2022 73 +1 +1.4%
January 14, 2022 72 -1 -1.4%

Charts

Member of

More Clubhouse users