মই ভাগৰা নাই, জীৱন হেৰোৱা নাই
মৌনতাৰ সিপাৰেই মোৰ ঘৰ।🏘️
প্ৰহেলিকাময় জীৱনত তৃষ্ণাতুৰ মোৰ শৰীৰ,ভোকাতুৰ মোৰ মন।
এদিন ভাগৰবোৰেও ক'ব, ভাগৰি পৰিছো বুলি ।
হেপাঁহ বোৰেও সুধিব, আশাৰ শেষত কি আছে বুলি?
তেতিয়া মাথো মই এটি তৃপ্তিৰ হাঁহি উপহাৰ দিম
~~I believe in the power of gratitude and the law of karma.🌓
Day dreamer 😌
Music🎶🎸
Art🎨
Sports🏏
🇮🇳