Niku Maina on Clubhouse

Updated: Dec 24, 2023
Niku Maina Clubhouse
230 Followers
173 Following
@nikumani Username

Bio

২৬ জানুৱাৰী 🎂🎂
শিল্প নগৰী সৰ্থেবাৰীৰ জীয়ৰী
একে বাৰে গাঁৱৰ সাধাৰণ ছোৱালী জনি মই
গছ , ফুল ভাল পোৱা ছোৱালী জনি 🌺🌸 কবিতা নহয় মনৰ ভাব বোৰ উকা কাগজত লিখিবলৈ চেষ্টা কৰো
✍️✍️✍️
শেৱালী ফুলৰ সুগন্ধিৰে চোতাল উপচি পৰা দিনবোৰত ,
মই নিয়ৰৰ মুকুতা বুটলি দুচকুত সানিছিলো ..
চেঁচা পৰশ লাগি এটা সপোন জাগি উঠিছিল ..
এটা সেউজীয়া সপোন.
ঠিক শৰতৰ পথাৰ খনৰ দৰেই .
দিগন্ত বিয়পি থকা সেউজীয়া
সীমাহিন আকুলতা ..
অহেতুক ভালপোৱা ..
🧚🧚🧚🧚🧚🧚🧚🧚🧚

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 24, 2023 230 -10 -4.2%
October 15, 2022 240 -4 -1.7%
August 18, 2022 244 +1 +0.5%
July 12, 2022 243 -5 -2.1%
June 05, 2022 248 -3 -1.2%
April 29, 2022 251 +2 +0.9%
March 21, 2022 249 +2 +0.9%
January 23, 2022 247 -4 -1.6%
December 16, 2021 251 -3 -1.2%

Charts

Member of

More Clubhouse users