ডেউকা ..... on Clubhouse

ডেউকা ..... Clubhouse
72 Members
Updated: Mar 19, 2024

Description

নিজৰ সন্তানক নিজৰ পৰা লুকুৱাই ৰাখিলেও পৃথিৱী খনৰ কঠিনতা, নিজৰ ধৰ্ম সংস্কৃতি ৰীতি-নীতি, ঐতিহ্য-বুৰঞ্জী তথা শত্ৰু-মিত্ৰৰ বিষয়ে অৱগত কৰাওক৷ জীৱন সংগ্ৰামৰ পথটোৰ সৈতে চিনাকি কৰাওক৷ আৱশ্যকতা অবিহনেও সন্তানক সংঘৰ্ষ কৰিবলৈ শিকাওক৷ বৰ্তমান সময়ৰ অনন্ত সুখ সুবিধা তথা অত্যাধিক মৰমে যাতে ভৱিষ্যতে আপোনাৰ সন্তানক ব্ৰইলাৰ মুৰ্গীৰ দৰে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক৷ যাৰ মজবুত ঠেং আছে কিন্তু চলা-ফুৰা কৰিব নোৱাৰে৷ ডেউকা আছে কিন্তু উৰিব নোৱাৰে৷ কিয়নো প্লাষ্টিকৰ টাবত ৰূপন কৰা গছ আৰু জংঘলৰ গছৰ মাজত এয়েতো পাৰ্থক্য৷ -

Last 30 Records

Day Members Gain % Gain
March 19, 2024 72 0 0.0%
January 29, 2024 72 0 0.0%
December 15, 2023 72 0 0.0%
November 05, 2023 72 0 0.0%
October 06, 2023 72 0 0.0%
September 06, 2023 72 0 0.0%
August 09, 2023 72 0 0.0%
July 07, 2023 72 0 0.0%
June 15, 2023 72 -4 -5.3%
March 15, 2023 76 0 0.0%
October 03, 2022 76 -4 -5.0%
June 29, 2022 80 -1 -1.3%
April 30, 2022 81 -1 -1.3%
March 10, 2022 82 -9 -9.9%
November 12, 2021 91 -1 -1.1%
October 31, 2021 92 -1 -1.1%

Charts

Some Club Members

More Clubs