Neer ‎ on Clubhouse

Updated: May 17, 2024
Neer ‎ Clubhouse
1.5k Followers
1.1k Following
@neersivam1996 Username

Bio

‡ মই ‡
লিখিব যদিও কঠিন
নিজেই নিজৰ অধীন ।
পোৱা নোপোৱাৰ হিচাপ
তাহানিতে এৰি অহা আলাপ ।
সমাজ যদি যথৰ নিয়ম তেনেই সাঁথৰ ,
জীৱন জীয়াই
উৰিব খোজোঁ
নাই কোনো পৰিসৰ ।
ভালপোৱাৰ কথা নো কি কম ?
নহও যে সপোন কোৱৰ ।
মাথো দিব বিচাৰোঁ।
হাতে হাত থৈ
দিথকত সপোনৰ ৰং ।
বয়সৰো শিপা চিঙিল
আকৌ উভতি যোৱাৰ
সময় আহিল।
এই যে জীবন পৰিক্ৰমা
কাহিনীৰ আঁৰত
কবিতা হৈ সৰিল।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
May 17, 2024 1,506 +33 +2.3%
March 28, 2024 1,473 +21 +1.5%
March 11, 2024 1,452 +37 +2.7%
February 18, 2024 1,415 +21 +1.6%
January 31, 2024 1,394 +20 +1.5%

Charts

Member of

More Clubhouse users