‡ মই ‡
লিখিব যদিও কঠিন
নিজেই নিজৰ অধীন ।
পোৱা নোপোৱাৰ হিচাপ
তাহানিতে এৰি অহা আলাপ ।
সমাজ যদি যথৰ নিয়ম তেনেই সাঁথৰ ,
জীৱন জীয়াই
উৰিব খোজোঁ
নাই কোনো পৰিসৰ ।
ভালপোৱাৰ কথা নো কি কম ?
নহও যে সপোন কোৱৰ ।
মাথো দিব বিচাৰোঁ।
হাতে হাত থৈ
দিথকত সপোনৰ ৰং ।
বয়সৰো শিপা চিঙিল
আকৌ উভতি যোৱাৰ
সময় আহিল।
এই যে জীবন পৰিক্ৰমা
কাহিনীৰ আঁৰত
কবিতা হৈ সৰিল।
if the data has not been changed, no new rows will appear.
| Day | Followers | Gain | % Gain |
|---|---|---|---|
| June 19, 2024 | 1,540 | +34 | +2.3% |
| May 17, 2024 | 1,506 | +33 | +2.3% |
| March 28, 2024 | 1,473 | +21 | +1.5% |
| March 11, 2024 | 1,452 | +37 | +2.7% |
| February 18, 2024 | 1,415 | +21 | +1.6% |
| January 31, 2024 | 1,394 | +20 | +1.5% |