NAYAN JYOTI on Clubhouse

Updated: Jan 25, 2024
NAYAN JYOTI Clubhouse
259 Followers
149 Following
@nayan1232 Username

Bio

বেয়া লৰা মই নাহিবা মোৰ ওচৰলৈ নহলে তোমাক বেয়া বুলি কব... মোৰ কাৰণে তোমাৰ বেয়া হোৱাটো নিবিচাৰোঁ 🥀🙂

Music Lover🎶🎵

Golaghat.

NJ EDITING PRODUCTION 👇
(আপোনালোকৰ সপোনবোৰ জীয়াই ৰখাৰ প্ৰচেষ্টাত আমি এখোজ...)
1. Lyrical Video Editing
2. Official video Editing
3. Thumbnail Editing
Ex......
📲📱📞 Call now for editing videos
👉👉 9391688594

বিশেষ জন 🙂❤️
খং, অভিমান, কাজিয়া। এইবোৰ কিহৰ কাৰণে..??? যত সেই ভালপোৱা জনে তোমাক মনাব নাহে..!
কাৰোবাৰ কাৰণে চকুলো বোৱাই। কি লাভ...? যত তেওঁ বুজিব নিবিচাৰে..!!¿
হব পাৰে ভাল নোপোৱা জনৰ অনুভৱ; 🥀
কিন্তু ভাল পোৱা জনৰ অনুভৱ বোৰ..??
কবলৈ হয়তো বহুতো কথা থাকে..: কিন্তু..! মুখেৰে প্ৰকাশ কৰিব নোৱাৰে..🏵️💖
সেই বিশেষ জনে অনুভবেই কৰিব নোৱাৰে.. ভালপোৱাৰ অনুভৱ কি..?? ভালপোৱা কি..?? উজগৰি নিশা বহুতো কথায়েই বুকুত খুন্দা মাৰি ধৰে অনুভৱ অকল হেইজনে কৰে .. যিজনে এই পৰিস্থিতিত উপনীত হয়..☺️💖🏵️🙏🙏



✨ মাৰ অবিহনে আধৰুৱা এই জীৱন 😞❤️

👉 সুখৰ সন্ধান বিচাৰি যাযাবৰ জীৱনত ব্যস্ততা___🙂
প্ৰেমৰ সুবাস বিচাৰি আছো লৈ মৌনতা।।🤫
তুমি আহিবা বুলি ধূসৰ সপোন মোৰ কল্পনা,🌼
উৰে সময়ৰ ধুলি বুকুত বিসাদৰ মন্ত্ৰনা।।🥰

Member of

More Clubhouse users