NJ EDITING PRODUCTION HOUSE on Clubhouse

NJ EDITING PRODUCTION HOUSE Clubhouse
30 Members
Updated: Mar 29, 2024

Description

সকলোকে স্বাগতম জনালোঁ আমাৰ
এন জে এডিটিং প্ৰডাকচন ৰ মজিয়ালৈ।

NJ EDITING PRODUCTION
( আপোনালোকৰ সপোনবোৰ জীয়াই ৰখাৰ প্ৰচেষ্টাত আমি এখোজ) ☺️💕🙏

সকলো আহক কিছু বাৰ্তালাপ কৰোঁ। আপুনিও আহক আমাৰ লগত যোগ কৰি মনৰ কথা বোৰ ভাগ বতৰা কৰোঁ।

নতুনত্বৰ লগত চিনাকি হৈ এখনি মৰমৰ নৈ বৈ যাওক... তাৰেই কামনাৰে আমি এই কোঠালি টো আপোনালোক লৈ বুলি আগ বঢ়ালো।

এইখন মজিয়াত আপুনতকৈ ডাঙৰ, সৰু সকলো থাকিব
সেয়েহে অনুগ্ৰহ কৰি
📌অশ্লীল শব্দ ব্যৱহাৰ নকৰিব ।
📌বিতৰ্কৰ সৃষ্টি নকৰিব।
📌আপোনাৰ কাৰণে কাৰোবাৰ মনত বহুত আঘাত পাব পাৰে।


আজি ২৭/১১/২০২২ তাৰিখে কোঠালি টো আগবঢ়ালোঁ। আমাৰ সকলোৰে মৰমৰ এনাজৰী ডাল সদায় ভাল হৈ থাকে যেন ।

📝ধন্যবাদ।

Some Club Members

More Clubs