প্ৰেমৰ হাজাৰ কবিতা লিখোঁ,
অথচ কোনো কবিতাত বিচাৰি নোপোৱা প্ৰতাৰণৰ মুৰ্ছিত ভাষা।
মই জানো ইতিহাসে ভাঙি যোৱা মোৰ হৃদয়খন কোনো প্ৰেমিকাৰে প্রিয় নহয়।
সেয়েহে হৃদয় আত্মগোপন কৰাৰ ক্ষেত্ৰত মোক সকলোৱে স্বাভিমানী বুলি কয়।
সেইবুলি কবিতা শুনাই থাকিবলৈ নক'ব।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 10, 2023 | 71 | +7 | +11.0% |
January 13, 2022 | 64 | -1 | -1.6% |
December 06, 2021 | 65 | -4 | -5.8% |