Alon gale.. on Clubhouse

Alon gale.. Clubhouse
171 Members
Updated: Mar 25, 2024

Description

💔💔💔তোমাৰ চকু
বিশাল অনন্ত আবেগৰ ধাৰা
নিগৰি আহে
তোমাৰ স্মৃতিত অন্তৰৰ
অন্ত স্থলিৰ পৰা
তোমাৰ মনৰ আবেগ ঢলে
বোৱাই আনে এক অজান প্ৰেমৰ ধাৰা
যি প্ৰেমে মানৱক জীয়াই ৰাখিবলৈ উৎসাহিত কৰে
তোমাৰ নিৰৱ নিস্তব্ধ চকু যুৰিৰ পৰা পাও
জীয়াই থকাৰ প্ৰেৰণা
যি প্ৰেৰণাই আগুৱাই নিয়ে
জীৱনৰ গতি আৰু দিয়ে সাহস
এই প্ৰেমত নেথাকে পোৱা-নোপোৱাৰ হিচাপ
থাকে সহযাত্ৰী হৈ দুৰ দিগন্ত যোৱাৰ প্ৰৱল বাসনা

খোজত খোজ মিলাই তোমাৰ ছাঁ হৈ
জীৱনৰ অন্তিম থানত থাপিত হোৱাৰ
কামনাই মোক আমনি কৰে...
তোমাৰ প্ৰেমে হৃদয়ত সাগৰ সৃষ্টি কৰে...সুখৰ সময়ত তো সকলোৱে লগত থাকে..কিন্তু প্ৰকৃত জীৱন সংগী সেইজনহে যিয়ে কয় যে মই তোমাৰ লগত সদায় আছো, লাগিলে পৰিস্থিতি যিয়েই নহওঁক কিয় আৰু থাকিও যায়..!

তেওঁ কিবা সহায় কৰিব পাৰক বা নোৱাৰক লগত আছো বুলি যে কৈছে সেইয়াই যথেষ্ট, সাহস পোৱা যায় কথাষাৰত...

আজি কালি এনে মানুহ পোৱাটো বহু টান.. যদি এনেকুৱা এজনক জীৱনত পাইছা তেন্তে তেওঁক হেৰাই যাব নিদিবা, বিশেষ তেওঁ।। 😊🌻❤

Last 30 Records

Day Members Gain % Gain
March 25, 2024 171 0 0.0%
February 03, 2024 171 0 0.0%
December 21, 2023 171 +1 +0.6%
November 09, 2023 170 +1 +0.6%
October 09, 2023 169 +1 +0.6%
September 10, 2023 168 -2 -1.2%
August 12, 2023 170 +2 +1.2%

Charts

Some Club Members

More Clubs