India🇮🇳 (Assam❣️🏡)
HIGH & LOW MELODY🎶❣️
#অপেক্ষা"
এটা মধুৰ স্মৃতি।।
মন যায় তোমাক লগ পাবলৈ,
মন যায় তোমাৰ লগত সুখ - দুখৰ কথা পাতিবলৈ,
এনে লাগে যেন জনম জনমলে দেখা সপোনবোৰ
একেদিনাই কৈয়ে পেলাওঁ নেকি তোমাক!
কিন্তু, থমকি ৰৈ যাওঁ।
সকলোবোৰ যদি এতিয়াই প্ৰকাশ কৰোঁ অপেক্ষাৰ
অন্তৰালত থকা মধুৰতাবোৰনো কেনেকৈ বিচাৰি
পাম ....................??