Pabitra rishta 2022 on Clubhouse

Pabitra rishta 2022 Clubhouse
1.6k Members
Updated: Mar 21, 2024

Description

𝗳𝗼𝘂𝗻𝗱𝗲𝗿 -- 𝐓𝐈𝐆𝐄𝐑 ( 𝚙𝚊𝚋𝚒𝚝𝚛𝚊 )
𝗮𝗱𝗺𝗶𝗻 -- Baby
𝘨𝘪𝘷𝘦 𝘳𝘦𝘴𝘱𝘦𝘤𝘵 𝘢𝘯𝘥 𝘵𝘢𝘬𝘦 𝘳𝘦𝘴𝘱𝘦𝘤𝘵 🙏

মই জানো তুমি
এদিন আহিবা ----- ৷
মোৰ খৰাং হৈ থকা হৃদয়খন
তুমি আহি সেউজীয়া কৰি তুলিবা ৷
তুমি আহি ভালপোৱাৰ কঠিয়া ৰুবা৷
আৰু এদিন হৃদয় পথাৰত
মৰম নামৰ ফুল ফুলিব ৷
তোমাৰ মৰমত আলফুলে
ডাঙৰ হৈ উঠিব ফুলপাহ ,
তোমাৰ পৰশত
ফুলে কথা কব, পাতে হাহিব ৷
আৰু মোৰ পদুলিত সুখৰ ৰজনীগন্ধা ফুলিব ৷
এতিয়া মাথো তোমাৰ অপেক্ষাত
মই জানো তুমি আহিবা ৷

Last 30 Records

Day Members Gain % Gain
March 21, 2024 1,621 0 0.0%
January 31, 2024 1,621 -1 -0.1%
December 17, 2023 1,622 0 0.0%
November 07, 2023 1,622 +479 +42.0%
October 07, 2023 1,143 -4 -0.4%
September 07, 2023 1,147 +150 +15.1%
August 10, 2023 997 +770 +339.3%

Charts

Some Club Members

More Clubs