Aaradhya Gogoi on Clubhouse

Updated: Sep 18, 2023
Aaradhya Gogoi Clubhouse
355 Followers
310 Following
@misspriyankaaa Username

Bio

🇮🇳💚I believe that.. প্ৰেমৰ আৰম্ভণি সদায় বন্ধুত্বৰ পৰাই হয়। যদি তুমি তেওঁৰ/তাইৰ ভাল বন্ধু হব নোৱাৰা তেন্তে তুমি এজন বা এগৰাকী ভাল প্ৰেমিক/প্ৰেমিকাও হব নোৱাৰা।
So according to me..
প্ৰেম মানেই বন্ধুত্ব😍।💚


💜মই কোনো অংক নহয় যে তুমি মোক বুজিব নোৱাৰিবা ! অলপ ভালদৰে বুজিব চেষ্টা কৰিবা চোন সকলোতকৈ বেলেগ মোকেই পাবা💜

✌️💔বিশ্বাসঘাটকতা কৰি কাৰোবাৰ বিশ্বাস ভঙাটো সহজ!
কিন্তু কাৰোবাক বিশ্বাস দি তেওঁ আপোনাৰ লগত থাকি সুৰক্ষিত অনুভৱ কৰাবলৈ সক্ষম হোৱাটো যথেষ্ট কঠিন!
Now day's trust is the biggest issue✌️💔


JORHAT❣️

Member of

More Clubhouse users