Mine .. on Clubhouse

Updated: Sep 24, 2023
Mine .. Clubhouse
67 Followers
26 Following
@mine675 Username

Bio

আপুনি জানেনে--আজিও আপোনাৰ নামত বুকুত মোৰ ধপধপনিৰ সৃষ্টি হয় তেতিয়া।। যেতিয়া মই নিঃসংগতাক সংগী কৰি আপোনাক ভাবিব লওঁ।।🥺
আপুনি জানেনে--আজিও আপোনাৰ ভাৱনাত মোৰ দুচকুৰে চকুলো নিগৰে তেতিয়া।। যেতিয়া সেই স্মৃতিবোৰক আপোন কৰি উশাহটো লওঁ।।😒
আপুনি জানেনে--আজিও আগৰ দৰে মোক সপোন বোৰে আমনি কৰে তেতিয়া।।যেতিয়া মই ভগা সপোনবোৰক জোৰাবলৈ লওঁ।।💔😌
প্ৰিয়জন সদায় প্রিয় হৈ থাকা 😔

Member of

More Clubhouse users