Tumar opekhyat moi... on Clubhouse

Tumar opekhyat moi... Clubhouse
59 Members
Updated: May 19, 2024

Description

তুমি.................
তুমি যে মোৰ অন্ত নোহোৱা অপেক্ষাৰ ভাল লগা এটি মিঠা অনুভৱ ,
তুমি চাগে ভাবিছা। যে, অপেক্ষাৰো অনুভৱ ভাল লগা হ'ব পাৰে নে?
মই কওঁ শুনা , ভাল পোৱা জনৰ বাবে কৰা অপেক্ষা সদাই ভাল লগা হয় । কাৰণ ,ভালপোৱা জনৰ অপেক্ষাত সময় গৈ থাকে , আৰু ভালপোৱা বোৰো বাঢ়ি গৈ থাকে । নোপোৱাৰ নিৰাশাই দিয়া পোৱাৰ হেঁপাহে ভাল পোৱা বোৰক আৰু বঢ়াই তোলে । এইয়াই হয়টো প্ৰেম,এইয়াই হয়টো ভাল পোৱা । ❤❤❤❤❤

Charts

Some Club Members

More Clubs