Mayur Gogoi on Clubhouse

Updated: Oct 21, 2023
Mayur Gogoi Clubhouse
151 Followers
269 Following
@mayurgogoi Username

Bio

বহু দিন পাৰ কৰিলোঁ উজাগৰী নিশা
আশা কৰোঁ তুমি ভাল সপোন দেখিলা,
বৈ যায় সময় ৰৈ যায় ইছমিটি
তাকে সামৰি আজি ও আছোঁ উজাগৰি।
অন্ধকাৰ আজীৱন মোৰ নিশাৰ লগৰী
তোমাৰ সপোনৰ লগ পাই
মই ও শিকিছিলোঁ সপোনৰ কথা
আৰু নজনা বহুতো
পাহৰি গলো অন্ধকাৰ কথা,
আজি তোমাৰ সপোনৰ লগৰী সলনি,
এতিয়া অন্ধকাৰ ও মোৰ ওপৰত অভিমানী
সেই অচুক লগৰ কৰি
উপভোগ কৰোঁ পুৰণি ইছমিটি 🖤🖤

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 21, 2023 151 -5 -3.3%
February 01, 2023 156 -6 -3.8%
September 30, 2022 162 +5 +3.2%
August 09, 2022 157 -2 -1.3%
July 03, 2022 159 -10 -6.0%
April 19, 2022 169 -1 -0.6%
March 11, 2022 170 +20 +13.4%
December 06, 2021 150 -2 -1.4%

Charts

Member of

More Clubhouse users