লুইজী (মাতো) on Clubhouse

Updated: Aug 17, 2023
লুইজী (মাতো) Clubhouse
65 Followers
30 Following
Jun 24, 2021 Registered
@lakhyam Username

Bio

"মই কৰ্কশ প্ৰেমি হৈয়ো বিষাদে বাৰে বাৰে প্ৰাপ্তি আনি জীৱন উপল্যক্ষৰ অনুভৱী দলিচাক ধৈৰ্য্যৰ অনুৰাগী কৰে, মই বোলে বাস্তৱ প্ৰেমি💚!"

"ৰাতিৰ আন্ধাৰত আকাশখন চাব আহি মাজে মাজে আন্ধাৰতে আধৰুৱা হৈ যাওঁ সেইবুলি মই ভূত নহয় আক্ 😬।"
____

"ভালত ভাল
কালত কাল।
এইষাৰি কথাই
নেৰে জমকাল।
আষেপ ৰাখিলেই
জানিবা কাল।
তাতকৈ এঘোমোটি
শুই লোৱাই ভাল।"
______________

"হঁহোৱাই ভাল পাওঁ
বাবেই চাগে হেৰা
হাঁহি মোৰ বলিয়ালি বাটৰুৱা।
সেয়ে তুমি বুলি কওঁ মই একা--
ʼতুমি হাঁহোতে দেখোন পথৰুৱা
মুকুতা মণি নসৰিল তেনেই ধুনুকা
চিমেণ্টৰ বেগটোৰ কথা যে কৈছিলা
এনেই কিনিলো দি বিশ টকা 🤫।ʼ


প্ৰিয় বাঁহীৰ সুৰ আৰু গানবোৰো❤️🥺❤️।

Invited by: Sumonjit singh

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 17, 2023 65 +2 +3.2%
October 01, 2022 63 -2 -3.1%
August 10, 2022 65 +1 +1.6%
July 04, 2022 64 -3 -4.5%
May 28, 2022 67 +1 +1.6%
January 14, 2022 66 +1 +1.6%
December 07, 2021 65 +1 +1.6%
October 30, 2021 64 +4 +6.7%
September 23, 2021 60 +55 +1,100.0%

Charts

Member of

More Clubhouse users