জীৱনৰ জখলা বগার নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি বলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত। 🔥🔥I love commando 🔥🔥❣️