✧Prågɏå Prïɏå (মৌ) on Clubhouse

Updated: Aug 26, 2023
✧Prågɏå Prïɏå (মৌ) Clubhouse
691 Followers
522 Following
@khushikonwer Username

Bio

❤ 𝐒𝐢𝐯𝐚𝐬𝐚𝐠𝐚𝐫 ❤
❤🕉 𝐌𝐨𝐡𝐚𝐝𝐞𝐯 🕉❤

❥ বেলেগ একো নালাগে
মাথোঁ তোমাক লাগে😚
তুমি মোৰ জীৱন 🤗
তুমি মোৰ সাহস🫂
তুমিয়েই মোৰ উশাহ-নিশাহৰ
প্রতিটো স্পন্দন💓
পুৱা কি গধূলি
সদায় তোমাৰ কাষত থাকি
তোমাৰ মৰমত জীয়াই
থাকিব বিচাৰোঁ
জীৱনৰ শেষটো উশাহ থকালৈ
︵‿︵♡︵‿︵
𝐌𝐢𝐧𝐞☞????


𝐁𝐫𝐨𝐭𝐡𝐞𝐫☞
@bijit3 (Ä𝐫ñå𝐯 𝐇å𝐳å𝐫ï𝐤𝐚)💟

𝐁𝗶𝗴 𝗕𝗿𝗼𝘁𝗵𝗲𝐫 ☞
@suraj576 ❤

নাচি ভাল পোৱা ছোৱালীজনী💃

জীৱন 😐

পোহৰ বিচাৰি গৈ গৈ আন্ধাৰ হে পাওঁ।
সুখ বিচাৰি বিচাৰি দুখ হে পাওঁ।
হাঁহি বিচাৰি বিচাৰি চকুলো পাওঁ।
তথাপিও মিছা হাঁহি মুখত লৈ আগুৱাই যাওঁ।
কিজানি জীৱনৰ পথত হঠাৎ জিকিয়েই যাওঁ 🥀

𝗠𝘆 𝗕𝗲𝘀𝘁 𝗙𝗿𝗶𝗲𝗻𝗱 𝗞𝗮𝗸𝘂𝗺𝗼𝗻𝗶 𝗚𝗼𝗴𝗼𝗶(𝗗𝗵𝘂𝗻𝘂)♛❤🥀👑🌏
𝗠𝗶𝘀𝘀 𝗬𝗼𝘂🥺 😭
তই বিহীন সময়বোৰে বৰকৈ আমনি কৰিছে অ" ছোৱালী😢🥺
বুকুখনে যে বৰকৈ যন্ত্রণা অনুভৱ
কৰিছে।
তই হয়তো নুবুজিবি সেমেকি উঠা চকুযুৰিয়ে যে তোৰে বাট চাই আছে 🥺
তোক প্রাণ ভৰি চোৱাৰ হেপাঁহ পুহিছে।
তই বিহীন সময়বোৰে বৰকৈ
আমনি দিছে,
সময় হ'লে আহিবি উকা হৈ
ৰোৱা
সময়বোৰত স্মৃতি ৰহণ সানি
দিবলৈ 🥀
📝🖋
😞😔
𝗪𝗶𝘀𝗵 𝗺𝗲 𝗼𝗻 𝟮𝟭 𝗔𝘂𝗴𝘂𝘀𝘁 🎂🎂🎈🎉🎊🎈

Member of

More Clubhouse users