১/ 💔জীৱন ধ্বংস কৰাৰ বহুত ৰাস্তা আছিল 🙁
মই কেলা প্ৰেম টো বাছি ললো🙂
আহা আমি একেলগে ধ্বংস হও😗
 
২/ ছাগলীৰ নেজ চিধা
      কুকুৰৰ নেজ বেকা
      আনৰ ঘৈণি মৰম লগা
       নিজৰ জনীহে বেয়া😥
 ৩/ গীতাত কৈছে:- কষ্ট কৰি যোৱা ফলৰ আশা নকৰিবা 
থিক তেনেদৰে propose  কৰি যোৱা  ৰিপ্লাইৰ আশা নকৰিবা😏
৪/ তোমাক বহুত মৰম লাগে 
     দেখিলেই দেহা জ্বলি উঠে 
     প্ৰেমৰ ভাষা নাজানো তথাপি 
      তোমাৰ দেউতাক অমৰিছ               পুৰি যেন লাগে🙄
  
৫/ খালত মাছ থাকিলে জাকৈ নালাগে হাতেৰে ধৰিব পাৰি
প্ৰেম কৰিলে বিছনা নালাগে 
মাটিতে কৰিব পাৰি🐟🐟❤️
৬/ কবিতা শুনি হাহিছে কোনো কথা নাই 
মই হাহিয়াতৰ পাত্ৰ হ'ম বুলি ex জনীয়ে শাপ দি থৈছিলে😒
ধেমালিহে ভাল পাওঁ । এবাৰ বাহ খালো দ্বিতীয় বাৰ প্ৰেম নকৰোঁ। ভেকুলীৰ নেজ দালৰ শপত🙉
ধন্যবাদ আপোনাক ❤️
if the data has not been changed, no new rows will appear.
| Day | Followers | Gain | % Gain | 
|---|---|---|---|
| January 05, 2024 | 484 | -37 | -7.2% | 
| December 15, 2021 | 521 | +12 | +2.4% |