বিচৰা মতে মা,দেউতাৰ মৰম পাইছোঁ। নোপোৱাবোৰক পাহৰি সুখী হৈছোঁ। জীৱনৰ দুখবোৰক পাৰিব খুজিছোঁ। হাঁহিটো মুখতে ৰাখি, জীৱন উৎযাপন কৰিছোঁ।।❤️🥀😊