ঠিকনাবিহীন মন....... যাযাবৰী জীৱন পোৱা নোপোৱাৰ দোমোজাত উপঙি আছে জীৱন নদীৰ নাওঁখন..... যাৰ কোনো পাৰ নাই...... নাপাওঁ বুলি জানিও ৰৈ আছো..... কিয়নো বাট চোৱাৰ আমেজেই যে সুকীয়া 💙 #জীৱন-জিন্দাবাদ