এইয়াই জীৱন যুদ্ধ
সকলো দিশেই পথ ৰুদ্ধ
বিছাৰিছিলো কি আৰু পাই আছো কি
এটা ত্যাগ কৰি আন এটা আদৰি লৈছো
সুখ সুখ বুলি দুখৰ পাছেৰেই বাট লৈছো
দিনক ৰাতি আৰু ৰাতিক দিন কৰিছো
কপালৰ ঘাম বোৰ হাঁহি হাঁহি মছিছো
কিন্ত্তু নাই দেখোন কতো শান্তি
ওপৰলৈ বগোৱাৰ হেপাঁহ আছিল
অভাৱত থকাৰ ইচ্ছাই নাছিল
সেই বাবেই আজি ইমান পালোহি
কিন্তুু আকাশ খনতো এতিয়াও ঢুকি নাপালো 😞
বিৰক্তিকৰ কোনাে মানুহেই মোৰ মন ভাঙিব নােৱাৰে, এই পৃথিবীত আটাইবােৰ প্ৰতাৰকৰেই আহে
মানুহ আকর্ষণ কৰিব পৰাকৈ একো একোটা ইন্টাৰেস্টিং কেৰেক্টাৰ । ভয় নকৰি আগুৱাই যাম। 🤞✅🥰🥰