◌⑅⃝JᎯᏨᏦ★࿐༵ . on Clubhouse

Updated: Aug 15, 2023
◌⑅⃝JᎯᏨᏦ★࿐༵ . Clubhouse
381 Followers
367 Following
@jack_xb Username

Bio

❤️ 🅐🅢🅢🅐🅜 ♥️
#অনুভূতি_অসম 𝓐𝓷𝓾𝓫𝓱𝓾𝓽𝓲_𝓐𝓼𝓼𝓪𝓶
গীত-কবিতাৰ এক নতুন যাত্রা 🌸🌼
"𝓨𝓸𝓾 𝓭𝓮𝓯𝓲𝓷𝓮 𝔂𝓸𝓾𝓻 𝓸𝔀𝓷 𝓵𝓲𝓯𝓮.
𝓓𝓸𝓷’𝓽 𝓵𝓮𝓽 𝓸𝓽𝓱𝓮𝓻 𝓹𝓮𝓸𝓹𝓵𝓮 𝔀𝓻𝓲𝓽𝓮 𝔂𝓸𝓾𝓻 𝓼𝓬𝓻𝓲𝓹𝓽."
🎀😊🤍😊🎀
🎸🎸🎸🎸 🅹🅰🅲🅺
"আকৌ কেতিয়াবা
লগ পাম নে তোমাক " !!
❤️🧡💚🩵💙💜🤎 🤍♥️
এইটো নহয় হাঁহি-তামাচাৰ
ভাগৰ জুৰোৱা গান-
ইযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবীণাৰ তান ।…......

নাহৰ ফুলে নুশুৱাই💞
00:48 ━━━━⬤────── 02:53
⇆ ||◁ㅤ ❚❚ㅤ ▷||ㅤ ↻

🏕️ মহাসাগৰ সিঁচি আনিম, 🏕️
সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি চিঙিম,
বিজুলী ফুল শুৱণ ।
মাণিক ফুলে নুশুৱাই,
যদি সাতসৰীতে মোৰ
হিয়া ফালি পিন্ধাম,
তেজাল পোৱালমণি মোৰ ।
নাহৰ ফুলে নুশুৱাই,
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱাই,
কপৌ ফুলে শুৱাব
নাহৰ ফুলে নুশুৱাই…
🪔🎭🎭🎭🎭🎭🎭🎭🪔

Member of

More Clubhouse users