🇮🇳█▓▒░M░E░▒▓█(≚ᄌ≚)ℒℴѵℯ❤♛┈⛧┈┈•༶💔💔💔 ༶•┈┈⛧┈♛♛┈⛧┈┈•༶◌⑅⃝ᵐᶦˢˢ(꜆˘͈
।।। মৰম।।।
তুমি হাঁহি থাকিবা
༶•┈┈⛧┈♛♛┈⛧┈┈•༶
তুমি হাঁহি থাকিবা
দুখতো হাঁহি থাকিবা কিয় জানা
তোমাৰ হাঁহিত বিচাৰি পাওঁ
নিভাজ প্ৰেমৰ সুবাস ।
সৰু সৰু তোমাৰ দুটি চকু
কপালৰ আগৰ অলকা কেইডাল
আৰু সেই তোমাৰ গুলপীয়া সৰু ওঁঠ
তাৰ মাজতে বিচাৰি পাওঁ
মৰম ভালপোৱা ।
💞 ༶•┈┈⛧┈♛♛┈⛧┈┈•༶💞
তোমালৈ বুলি একলম🖋
༶•┈┈⛧┈♛♛┈⛧┈┈•༶
মৰম লবা বুলি কবলৈ সাহস গোটাব নোৱাৰিলো ধুন। কাৰণ সেই সাহস প্ৰকৃততে তোমাৰ পৰা পোৱাই নাই । ভালপোৱা কাৰো পৰা জোৰ কৰি পাব পৰা বস্তু নহয় । জোৰ কৰি পোৱা ভালপোৱাত কেতিয়াও সচাঁ মৰম পোৱা নাযায় । সেয়ে মই তোমাক কেতিয়াও জোৰ নকৰো ধুন মই তোমাক সচাকৈ ভাল পাওঁ , এদিন দুদিনৰ বাবে নহয় চিৰ জীৱনৰ লগৰী কৰিব বিচৰো । মই তোমাক মোৰ মনৰ পৰা ভাল পাওঁ । কিয় জানো ইমান ভালপাওঁ নিজেই নাজানো ।মই জানো ধুন তোমাক লগৰী হিচাপে বিচৰা মোৰ এই সপোন সপোন হৈয়ে থাকিব , দিঠকত কেতিয়াও সম্ভৱ নহয় । তুমি মোক কিয় নিজৰ কৰিব নোৱাৰা সেই বিষয়ে নাজানোঁ বা জোৰ কৰি মই তোমাক মোৰ হবলৈয়ো নকওঁ । তোমাক মই প্ৰকৃততে ভালপাওঁ যেতিয়া তোমাৰ পৰাও প্ৰকৃত ভালপোৱা বিচাৰো । আছলতে কি জানা ধুন মোৰ জীৱনটোৱেই এনেকুৱা ,জীৱনত এনে কিছুমান সপোন দেখো যিবোৰ দিঠকত পৰিনত নহয় । মই তোমাক সচাকৈ ভালপাওঁ , তোমাৰ মনত কেতিয়াও দুখ দিব নিবিচাৰোঁ মাত্ৰ এটাই বিচাৰো ভগৱানে তোমাৰ মংগল কৰক , তুমি য'তেই নাথাকা কিয় সুখত থাকা তাৰ বাহিৰে মোক আৰু এই জীৱনত একো নালাগে । তুমি মোক নিবিচাৰা কিন্তু মই তোমাক সদায় বিচাৰো আৰু বিচাৰিম । তোমাক নিজৰ জীৱনৰ লগৰী হিচাপে নাপালে মোৰ কোনো দুখ নালাগে কাৰণ তুমি মোক নিবিচাৰা , তোমাক লগৰী কৰিব নোৱাৰিলে কি হ'ল তোমাৰ স্মৃতি মোৰ ওচৰত সদায় আছে আৰু থাকিব…।।
............................
………ইতি .......
তোমাৰ এক দুৰ্ভগীয়া প্ৰেমিক deepraj gogoi🖋
◌⑅⃝●♡⋆♡LOVE♡⋆♡●⑅⃝◌
༶•┈┈⛧┈♛♛┈⛧┈┈•༶
.. তুমি হাঁহি থাকিবা পূৰ্ণিমাৰ জোনৰ দৰেই
দুখতো হাঁহি থাকিবা সকলো বিষাদ মোহাৰি
তোমাৰ হাঁহিত বিচাৰি পাওঁ অনাবিল প্ৰেমৰ সুবাস ।
হৰিণী নয়নী যেন তোমাৰ কাজল সনা চকুযোৰিত
মই দেখা পাওঁ প্ৰেমৰ এখন ধুনীয়া সৰগ
চুলি কেইডাল তোমাৰ হেপাঁহত নাচি উঠে
আৰু সেই তোমাৰ গোলাপৰ পাহি যেন গুলপীয়া সৰু ওঁঠ
তাৰ মাজতে বিচাৰি পাওঁ পৃথিৱীৰ সমস্ত মৰম ভালপোৱা ।
'''''''5''''''টা
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
June 23, 2024 | 2,960 | +102 | +3.6% |
May 21, 2024 | 2,858 | +67 | +2.5% |
April 18, 2024 | 2,791 | +84 | +3.2% |
March 13, 2024 | 2,707 | +65 | +2.5% |
February 20, 2024 | 2,642 | +55 | +2.2% |
February 02, 2024 | 2,587 | +75 | +3.0% |
January 16, 2024 | 2,512 | +72 | +3.0% |
December 31, 2023 | 2,440 | +82 | +3.5% |
December 15, 2023 | 2,358 | +59 | +2.6% |
November 30, 2023 | 2,299 | +82 | +3.7% |