Bôrkhâ on Clubhouse

Updated: Jul 18, 2023
Bôrkhâ Clubhouse
140 Followers
128 Following
@dhunmanu2 Username

Bio

🥀🇦dmin 𝐎𝐅❌🇸iͥleͣnͫt Family ★࿐ 👑Borkha👑


🌹🌹🌹🥀🥀🥀❤️❤️❤️
👇

👉জীৱনৰ প্ৰতিটো খোজতে অনুভৱ কৰোঁ কাৰোবাৰ সহাঁৰি,,,,, মনত প্ৰশ্ন হয় কোন তেওঁ,? জীৱনৰ প্ৰতিটো মন্তনাময়, মহূৰ্তেই মোৰ উপলদ্ধি হয় তেওঁৰ সহযোগিতা,,, জীৱনত যেতিয়াই মোক অবুজ ভৱনাই আৱৰি ধৰে তেতিয়া মই উপলদ্ধি কৰোঁ তেঁওৰ সহানুভূতি,,,,, প্ৰতিটো মূহোতেই কিয় মই তেওঁৰ সঁহাৰি সহযোগিতা আৰু সহানুভূতি অনুভৱ কৰোঁ,,, বিশাল নীলা আকাশলৈ চাই নিজকে প্ৰশ্ন কৰোঁ,,, তেঁও মোৰ কোনোবা আপোন নেকি,?,,, আকৌ,,,,,,,,,, ভাবো,,, যদি তেওঁ মোৰ কোনোবা আপোন তেন্তে কিয় মই তেঁওক দেখা নাপাওঁ?,, কিয় মই তেঁওক স্পৰ্শ কৰিব নোৱাৰোঁ,,?, ,,,,আকৌ,,,,,,,,,,,নিজকে, প্ৰশ্ন কৰোঁ এয়া মোৰ নিদৰা বিহীন সপোন নেকি,,,,?





ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল‌লাগে 😘❤️

দিঠকত থকাতকৈ সপোনৰ দেশৰ কথা ভাবিয়েই ভাল‌ লাগে 😌😘❤️

গান শুনি ভাল পাও ❤️😘

ভালপোৱা শব্দবোৰৰ ভাষাবোৰ বুজাতো বহুত‌ টান 😔

দুখ বোৰ পাহৰি সুখবোৰ আজুৰি আনিব মন যায়। কিন্তু কি কৰিম! এই জীৱন খন্তেকীয়া💔🥀😔

মোক ভালপোৱা নালাগে মোক লাগে মাথোঁ সঁচা বন্ধুত্ব 😊😊

ভালপোৱা জনক পোৱা আৰু ভালপোৱা জন বেলেগৰ হোৱাটো পাৰ্থক্য আছে 😔

ভালপোৱা শব্দবোৰ কেতিয়াও কাৰু আগত প্ৰকাশ কৰিব‌ নালাগে । আৰু যদি‌ প্ৰকাশ কৰা হয় তেতিয়া একো মুল্য‌ও নাথাকে 💔😔

আজিকালি শব্দবোৰৰ ভাষাবোৰ আধৰুৱা 💔🥺😔

জীৱনত সংগী এজন বিচৰাতকৈ অকলেই থকাই ভাল 😘❤️🌹


💞💞💞💞💞💞💞

Member of

More Clubhouse users