😭
(. )
/. \
✒️হৃদয়ৰ অব্যক্ত অনুভূতিক
আতোলতোল শব্দৰ মণিৰে মালা গাঁথি
মোৰ কাপেৰে নিগৰোৱাৰ
প্ৰয়াসত ৰত মই
এক চাতক পক্ষী !
মোৰ শৰীৰৰ কোঁহে কোঁহে
ৰক্তধাৰাৰ সোঁতত বিয়পি থাকে
এক অনামী চেতনাবোধ
প্ৰত্যয়দীপ্ত শব্দৰ ঝংকাৰ !
উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা
অনুভূতিপ্ৰৱণতাৰ সংপৃক্ততাত
কাতৰ হৈ
শব্দৰ যাদুকৰী স্পৰ্শৰে
মই অন্তৰৰ ভাৱৰ চিত্ৰ অঙ্কণ কৰোঁ !
🖋️বিচ্ছেদৰ যন্ত্ৰনা তুমি কি বুজিবা, সৰাপাতক সুধি চাবা নিঃসংগতাৰ সৈতে যুঁজি যুঁজি কিদৰে জহি খহি যায়।
©©©©©©©©©©©©©©©
🌟🌟🌟 🌟🌟 🌟🌟🌟
🌟. 🌟. 🌟
🌟. 🌟. 🌟
🌟. 🌟. 🌟
🌟. 🌟
🌟
🌟
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
October 02, 2023 | 349 | +344 | +6,880.0% |