মোৰ ৰঙ শুভ্ৰ। আপুনি যি ৰঙেৰে মোৰ কাষলৈ আহিব, সেই ৰঙেই হৈ থাকিব। ৰামধেনু আকিবলৈ সকলো ৰঙৰ বাবে ব্যাকুল মই।