কাৰোবাক ইমানো অৱহেলা নকৰিৱা যে, কান্দি কান্দি সি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হৈ পৰে।😞🙏 যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত।🙂