Nilanjana nilla Kaibatro on Clubhouse

Updated: Sep 5, 2023
Nilanjana nilla Kaibatro Clubhouse
962 Followers
618 Following
@crazylio Username

Bio

"ফুলি ৰোৱা কৃষ্ণচূড়া জোপাৰ তলত নাজাওঁ দিয়া এইবেলি, কিজানি আকৌ যদি তোমাৰ প্রেমত পৰি যাওঁ"



মনৰ ভাববোৰ লিখনিৰে প্রকাশ কৰো
🖋
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
নাজানো ভালপোৱাৰ শুদ্ধ definition কি ;
জানো মাথো ভালপোৱাই দিয়ো যায়
আৰু লৈয়ো যায়.....
যাযাবৰী এক প্রেম !
ঘৃণাবোৰৰ মাজতো যেন তৃপ্তিৰ এক
পাগলাদিয়া হাবিয়াস।।
নোপোৱা পোৱাৰ তোলাচনিত দগা পালাৰ জুখ...
মোৰ দৰে মৰমৰ ভুকত ভুকাতুৰ পাথিকৰ
একোণ দৃষ্টি আৰু ওঠঁৰ কাষত এটা হাহিঁ
আৰু কন্ঠত এটি কলি
"প্রেম নকৰিবা নকৰিবা মোৰ বন্ধু
মাকেট ৰো'ড নেবেছিবা হিয়া বন্ধু...."!!!
.
.
.
.
.
.
.
.
.
.
.
.
.

জীৱনত কি পালো কি হেৰুৱালো
অথবা কি পাবলৈ বাকী ৰৈ গৈছে
তাক লৈ ইমান বেছি আশাবাদী নহবা!
উভতাই আনিলা
জীয়াই তুলিলা... "অলকানন্দা" গানটোৰ দৰে জীৱনটো ইমান সহজ নহয়

... বাস্তৱ "Nobody will make you alive, everyone leave in the end"
নিজকে জীয়াই তুলা চাবা, জীৱনতো সুন্দৰ হৈ পৰিব

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 05, 2023 962 -38 -3.8%
August 10, 2022 1,000 +21 +2.2%
July 04, 2022 979 -21 -2.1%
November 05, 2021 1,000 -100 -9.1%

Member of

More Clubhouse users