𝄟✮͢≛⃝ সন্ধ্যাৰাগ𝄟✮⃝ Music on Clubhouse

Updated: Apr 24, 2024
𝄟✮͢≛⃝ সন্ধ্যাৰাগ𝄟✮⃝ Music Clubhouse
1.1k Followers
387 Following
@birajborah Username

Bio

😎মোৰ সৰু কুঠৰীত এখনেই খিৰিকী ।
তাৰেই বাহিৰলৈ চাওঁ ।
দেখো নেকি ক'ৰবাত মিলান কুণ্ডেৰাৰ 'গড্ছ উইণ্ডো'ৰে নামি অহা সেই কল্পনাৰ কোনোবাক ।
কাষত শৰণীয়া পাহাৰ ।
অথচ কোনোদিনেই সেই খিৰিকীৰে ইয়াৰ সৌন্দৰ্য উপভোগ কৰাৰ মোৰ সৌভাগ্য নহ'ব ।
খিৰিকীৰ কাষত থাকিব লাগিছিল আকাশ উজ্বলাই তোলা বিস্তীৰ্ণ পথাৰ ।
অথচ থিয় হৈ আছে এখন শেলুৱৈ আবৃত্ত পকী দেৱাল ।
তদুপৰি মোৰ কাষত এপিকোৰাছ নাই ।
যি ক'ব তুমি আগবাঢ়া, কেৱল আগবাঢ়া ।
মগজুৰ কথা নুশুনিবা, সমাজক জানিবলৈ নিদিবা ।
সিদিনা মোৰ বন্ধু এজনে কৈছিল - অলপ Wild হ'বি ।
জীয়াই থাকিবলৈ হেনো অলপ Wildnessৰ প্ৰয়োজন ।
তেওঁক মই কোন সতে কওঁ,
হৃদয়ৰ নিভৃতত গুজৰি গুমৰি আছে এজাক ধুমুহাৰ দৰে আন এক Wildness ।
যাৰ নাম ----------------- প্ৰেম ।।।।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
April 24, 2024 1,120 +1 +0.1%
March 16, 2024 1,119 +2 +0.2%
February 23, 2024 1,117 -2 -0.2%
January 19, 2024 1,119 -1 -0.1%

More Clubhouse users